Daily Time Axom
Browsing Tag

North East

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ইটানগৰৰ নৱনিৰ্মীত ড’নি প’ল এয়াৰপ’ৰ্ট

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ আজি অৰুণাচললৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ইটানগৰৰ নৱনিৰ্মীত ড'নি প'ল এয়াৰপ’ৰ্ট। ৬৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বিমান বন্দৰটো। অৰুণাচলৰ ৰাজধানী ইটানগৰত সম্পূৰ্ণকৈ
Read More...

ডিব্ৰুগড়ত আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক ৯টাকৈ মাওবাদী

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ ডিব্ৰুগড়ত জালত পৰিল ৯টাকৈ মাওবাদী। আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত আটক হ'ল মাওবাদীকেইটা। ধৃত মাওবাদীকেইটা ক্ৰমে অজয় চাবাৰ, ভাৰত তাঁতী, অমিত মূঢ়া, অমিত সিং ৰাওটা, মোহন মূৰাৰী, অজিত ওৰাং, দীপেন মানকি, বিপুল তাঁতী আৰু
Read More...

ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ডেংগুৰ আক্ৰান্তৰ সংখ্যা। ১০ দিনত ডেংগুত আক্ৰান্ত ৭২৬ জন। ইয়াৰে ভিতৰত ৬৫ জনেই কাৰ্বি আংলং জিলাৰ। বৰ্তমানলৈ ৰাজ্যত ডেংগুত আক্ৰান্তৰ সংখ্যা ৬৪২ জন। ৰাজ্যৰ ভিতৰতে কাৰ্বি আংলঙত সৰ্বাধিক ডেংগুত
Read More...

চিৰাঙৰ এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা, গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত

নিউজ ডেস্ক, ১২ নৱেম্বৰঃ চিৰাঙৰ সীমামুৰীয়া পানবাৰী থানাৰ অন্তৰ্গত এন চি কাহিতামাত নিশা গুলী চালনাৰ ঘটনা ৷ গুলীচালনাত ৬০ৰ উৰ্দ্ধৰ এগৰাকী বৃদ্ধা নিহত হয় ৷ বৃদ্ধা গৰাকীৰ নাম অন্থৰ বড়ো ৷ নিহত অন্থৰ বড়োৰ স্বামী মেব্ৰো বড়োয়ে জানিবলৈ দিয়া ম’তে
Read More...

আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড,৪জন লোক নিহত ,গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত ১৮ জন

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ আইজলৰ টুইৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ড৷ পেট্ৰ'ল কঢ়িওৱা এখন টেংকাৰত জুই৷ মিজোৰামৰ ৰাজধানী আইজলত এখন পেট্ৰ’ল টেংকাৰত হোৱা জুইৰ বিস্ফোৰণৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে ১৮ জন লোক গুৰুতৰভাৱ আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি,
Read More...