Daily Time Axom
Browsing Tag

Pakistan

ইমৰাণ খানৰ গ্ৰেপ্তাৰক বেআইনী ঘোষণা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১২ মে'- আজি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ গ্ৰেপ্তাৰক পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বেআইনী ঘোষণা কৰে। পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উমৰ আতা বন্দিয়ালে দিয়া এক শুনানিত কয় যে, ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ
Read More...

ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ভাৰতত নিষিদ্ধ হ’ল ১৪ টাকৈ মেচেঞ্জাৰ এপ

নিউজ ডেস্ক, ১ মে'- ভাৰতত পুনৰ নিষিদ্ধ হ'ল পাকিস্তানী ম’বাইল এপ। ১৪ টাকৈ মেছেঞ্জাৰ বন্ধৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধৰ বাবে এই পদক্ষেপ চৰকাৰৰ। এই মেচেঞ্জাৰ মোবাইল এপৰ জৰিয়তে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গোপন বাৰ্তা
Read More...

ভূমিকম্পত পাকিস্তান, আফগানিস্তানত বৰ্তমানলৈকে ১১ জনৰ মৃত্যু

নিউজ ডেস্ক, ২২ মাৰ্চঃ মঙলবাৰে নিশা অহা ভূমিকম্পই ভাৰত, পাকিস্তান , আফগানিস্তানক ভয়ংকৰভাৱে জোকাৰি যায়। এই ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৬। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ ফৈজাবাদৰ পৰা ১৩৩ কিলোমিটাৰ দক্ষিণ পূবত ভূগৰ্ভৰ
Read More...

পাকিস্তানত এটা আত্মঘাতী বোমা বিস্ফোৰণত বিধ্বস্ত আৰক্ষীৰ ট্ৰাক, ৯জন আৰক্ষী নিহত

নিউজ ডেস্ক, ৬ মাৰ্চঃ পাকিস্তানৰ বেলুচিস্তান ৰাজ্যৰ বোলান অঞ্চলত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এখন আৰক্ষী ট্ৰাকক বিস্ফোৰকৰ দ্বাৰা লক্ষ্য কৰা হয় । সোমবাৰে সংঘটিত ঘটনাটোত ৯ জন আৰক্ষী নিহত আৰু প্ৰায় ১৫ জন আহত হয়। জানিব পৰা মতে, চিবিৰ পৰা
Read More...

কৰাচীত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে ৩ আৰক্ষীসহ এগৰাকী সাধাৰণ…

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ কৰাচীত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত ৫ সন্ত্ৰাসবাদী নিহত। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছে ৩ আৰক্ষীসহ এগৰাকী সাধাৰণ নাগৰিক। সন্ত্ৰাসবাদীৰ গুলীচালনাত আহত হৈছে ১৭ জন ব্যক্তি। কৰাচীৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত
Read More...

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ ৭৯ বছৰ বয়সত মৃত্যু

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু। ডুবাইৰ আমেৰিকান হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা মুছাৰফে। দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ পিছত দেওবাৰে ডুবাইত ৭৯ বছৰ বয়সত শেষ
Read More...

পাকিস্তানৰ পেছোৱাৰ চহৰত ভয়ংকৰ বোমা বিষ্ফোৰণ, বিষ্ফোৰণত ৭০ জনতকৈয়ো অধিক লোক হতাহত

নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ পাকিস্তানত পুনৰ বোমা বিস্ফোৰণ। পেছোৱাৰৰ পুলিচ লাইনছ এলেকাত এই বিস্ফোৰণ। বিস্ফোৰণত ৭০ জনতকৈয়ো অধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। ঘটনাস্থলীত নিৰাপত্তাৰক্ষী, উদ্ধাৰকাৰী দলে চলাই আছে অভিযান। বিস্ফোৰণটো পেছোৱাৰৰ
Read More...

পাকিস্তানৰ বেলুচিস্তানত শোকাৱহ ঘটনা, দ খাৱৈত পৰি ৩৯ৰো অধিক যাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ পাকিস্তানৰ বেলুচিস্তানত শোকাৱহ ঘটনা। যাত্ৰীবাহী বাছ দ খাৱৈত পৰি ৩৯ ৰো অধিক যাত্ৰীৰ মৃত্যু। বেলুচিস্তানৰ লাচবেলা জিলাত সংঘটিত হৈছে এই ঘটনা। দুৰ্ঘটনাটোত ৩৯ ৰো অধিক লোক নিহত হয়। জানিব পৰা মতে, বাছখনত প্ৰায় ৪৮ জন
Read More...

শ্ৰীলংকাৰ পিছত এইবাৰ পাকিস্তানত অৰ্থনৈতিক সংকটজনক অৱস্থা

নিউজ ডেস্ক, ১৬ জানুৱাৰীঃ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা এতিয়া সংকটজনক। দেশখনৰ সাধাৰণ মানুহে ৰাজপথত এক কেজি আটা বিচাৰি ভিক্ষা খুজিব লগীয়া হৈছে। সেয়েহে পাকিস্তানে বিভিন্ন দেশৰ পৰা অৰ্থনৈতিক সাহায্য বিচাৰিছে।এনে পৰিস্থিতিত পাৰমাণৱিক শক্তিত
Read More...

পাকিস্তান পন্থী শ্ল’গান উত্থাপনৰ বাবে ২ জন শিক্ষাৰ্থীৰ বিৰুদ্ধে গোচৰ ৰুজু

বেংগালুৰুঃ বাংগালুৰুৰ এখন মহাবিদ্যালয়ৰ অনুষ্ঠানত 'পাকিস্তান জিন্দাবাদ' শ্ল'গান দিয়াৰ অভিযোগত দুজন ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি দেওবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ ভিত্তিত গোচৰটো পঞ্জীয়ন
Read More...