মহানগৰীৰ পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড,জুইত ভস্মীভূত কেইবাটাও বাসগৃহ
নিউজ ডেস্ক, ১ ডিচেম্বৰঃ মহানগৰীৰ পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড৷ পাণ্ডুৰ ৪ নং কলনীত এই অগ্নিকাণ্ড৷ জুইত ভস্মীভূত হ'ল ২০ টাকৈ বাসগৃহ৷ ৪টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ৷
ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী দলে!-->!-->!-->…
Read More...
Read More...