Daily Time Axom
Browsing Tag

Paper Leak

ভাইৰেল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকতঃ টুইটযোগে জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা
Read More...

এইবাৰ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ

নিউজ ডেস্ক, ১৮ মাৰ্চঃ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ। এইবাৰ হোৱাটছএপত ভাইৰেল হৈছে ভূগোলৰ প্ৰশ্নকাকত। উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা।ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত।সেয়ে
Read More...

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে কুমুদ ৰাজখোৱাই। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডফলাকটা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক কুমুদ ৰাজখোৱা।
Read More...

১ এপ্ৰিলত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষাৰ অসমীয়া তথা সকলো মাতৃভাষা বিষয়ক পৰীক্ষা

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ১ এপ্ৰিলত অনুষ্ঠিত হ'ব বাতিল হোৱা মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল অসমীয়া বিষয়কে ধৰি মাতৃভাষাৰ সকলো পৰীক্ষা। শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে টুইটযোগে সদৰী কৰিলে এই তথ্য।
Read More...

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত বৰ্তমানলৈকে ১৪জনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৫ মাৰ্চঃ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত বৰ্তমানলৈকে ১৪জনক গ্ৰেপ্তাৰ । ছল্ট ব্ৰুক একাডেমীৰ ৬জনক গ্ৰেপ্তাৰ। তিনিচুকীয়াৰ পৰা ২ ছাত্ৰসহ ৪জনক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ ৩জনক। ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা আন এজনক গ্ৰেপ্তাৰ
Read More...

বিজ্ঞানৰে নহয়, ফাদিল হৈছিল মেট্ৰিকৰ গণিতৰো প্ৰশ্নকাকত

নিউজ ডেস্ক, ১৪ মাৰ্চঃ বিজ্ঞানৰ পাছত এইবাৰ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ। সংবাদ মাধ্যমৰ আগত এগৰাকী মেট্ৰিকৰ ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি৷ পৰীক্ষাৰ তিনিদিন পূৰ্বেই লাভ কৰিছিল গণিতৰ প্ৰশ্নকাকত৷ PARENT’S নামৰ WhatsApp গ্ৰুপত গণিতৰ প্ৰশ্নকাকত
Read More...

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত CIDৰ তীব্ৰতৰ অভিযান, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক

নিউজ ডেস্ক, ১৪ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ অসম আৰক্ষী। ঘটনা সন্দৰ্ভত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইপৰ্যন্ত ২২জনক আটক। গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদি ঠাইত অভিযান চলাই আটক কৰিছে আটাইকেইজনক।
Read More...

পুনৰ ভাইৰেল মেট্ৰিকৰ প্ৰশ্নকাকত, পৰীক্ষা আৰম্ভ হোৱাৰ পাছতে মোবাইলে মোবাইলে গণিতৰ পেপাৰ

নিউজ ডেস্ক, ৬ মাৰ্চঃ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিন। গণিত বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ পাছতে ভাইৰেল প্ৰশ্নকাকত। বিভিন্নজনৰ ম’বাইলে ম’বাইলে বিয়পি পৰিছে কাকতখন। কাছাৰৰ লক্ষীপুৰৰ এটা পৰীক্ষাকেন্দ্ৰৰ পৰা কাকতখন ভাইৰেল হৈছে। ঘটনা
Read More...

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ বাতৰি ভুৱাঃ স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী…

নিউজ ডেস্ক, ১ মাৰ্চঃ ফাদিল হোৱা নাই উচ্চতৰ মাধ্যমিকৰ ৰসায়ন বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত। এয়া সম্পূৰ্ণ মিছা আৰু এনেধৰণৰ ভুৱা প্ৰচাৰক গুৰুত্ব নিদিবলৈ টুইটযোগে আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
Read More...