লংকাত বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক
নিউজ ডেস্ক, ১৭ অক্টোবৰঃ বিষাক্ত কাঠফুলা খাই হোজাইৰ লংকাত অসুস্থ ৭জনকৈ লোক। লংকাৰ জয়সাগৰত সংঘটিত হৈছে এই ঘটনা। ৰবীন্দ্ৰ মজুমদাৰ নামৰ লোকজনৰ পৰিয়ালে ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা। অসুস্থ লোককেইজনক হোজাইৰ 'হাম হাস্পতাল'ত ভৰ্তি কৰোৱা হৈছে।
!-->!-->!-->…
Read More...
Read More...