Daily Time Axom
Browsing Tag

politics

২০৪০ চনৰ ভিতৰত বিশ্বত ১১ কোটি গ্ল’ক’মা ৰোগী হ’ব

অত্যধিক মানসিক চাপ চকুৰ বাবে ক্ষতিকাৰক। চকুৰ দৃষ্টিশক্তিও কাঢ়ি নিব পাৰে। এক অধ্যয়নত দেখা গৈছে যে মানসিক চাপে গ্ল’ক’মা, দৃষ্টিশক্তি হেৰুৱা, আৰু চকুৰ আন বহুতো সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে। দৃষ্টিশক্তি আটাইতকৈ দূৰ্বল হোৱাৰ আশংকা থাকে।
Read More...

ধৰ্ষণকাৰী-গেংষ্টাৰক চুলি কাটি ঘূৰাব লাগেঃগেহলট

গেংষ্টাৰ আৰু ধৰ্ষণকাৰীক লৈ ডাঙৰ মন্তব্য দিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। তেওঁ কয় - পাৰিলে ধৰ্ষণকাৰী আৰু গেংষ্টাৰৰ চুলি কাটি বজাৰত মানুহৰ মাজত ঘূৰাম। তেতিয়া লাজত আন মানুহেও একে কাম কৰিবলৈ ভয় কৰিব। বৃহস্পতিবাৰে উদয়পুৰত এই
Read More...

ৰাহুল বাবা, কাণ খুলি শুনা ২০২৪ চনৰ ১ জানুৱাৰীত ৰাম মন্দিৰ নিৰ্মাণ হ’বঃঅমিত শ্বাহ

ত্ৰিপুৰাত বিজেপিৰ জন বিশ্বাস যাত্ৰাৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ তাৰিখ ঘোষণা কৰিছে। তেওঁ কয়- ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত মন্দিৰটো সাজু হ’ব। লগতে তেওঁ ত্ৰিপুৰাৰ ৰাইজক টিকট বুকিং কৰিবলৈ কয়। অমিত
Read More...

সোণমৰ পিছত বিপাশাই নিজৰ সন্তানক স্তনপান কৰাই থকা এখন ছবি দিলে ইনষ্টাগ্ৰাম ষ্ট’ৰীত

পুত্ৰ বায়ুক স্তনপান কৰাইছে সোণম কাপুৰে। সেই ছবিখন আনন্দ আহুজাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এইবাৰ বিপাশা বসুৱে কন্যাক স্তনপান কৰাই থকা এখন ছবি শ্বেয়াৰ কৰিছে। বুধবাৰে পুৱা তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দেৱীৰ সৈতে এখন ছবি
Read More...

আৰ্তজনৰ বাবে আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ ব্যতিক্ৰমী প্ৰয়াস

"শীতৰ সেমেকাত 'উম' ৰ সন্ধান"ৰ শুভাৰম্ভ হিম শীতল ঠাণ্ডাত আৰ্তজনৰ কাষত থিয় দিয়াৰ বাবে আগবাঢ়ি আহিল আমগুৰী লতিবাৰী মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক-শিক্ষয়িত্ৰী সকল ৷ ঠাণ্ডাৰ দিনত বহু মানুহ গৰম কাপোৰৰ অভাৱ অনুভৱ কৰে ৷ এই অভাৱ পূৰণ কৰিবলৈ সৃজণগ্ৰাম
Read More...

আজি নতুন দিল্লীত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ আজি নতুন দিল্লীত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক | দিল্লীৰ অসম হাউছত পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ এই কেবিনেট বৈঠক | বৈঠকখনত মুখ্যমন্ত্রীৰ লগতে বহুকেইগৰাকী মন্ত্ৰী উপস্থিত থাকিব | কেবিনেটৰ বাবে সকলো মন্ত্রীকে
Read More...

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ ৰেলীত অঘটন, পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টিৰ সভাত অঘটন। পদপিষ্ট হৈ মৃত্যু ৮ জনকৈ লোকৰ। মৃতসকলৰ মাজত আছে দুগৰাকী মহিলাও। নেল্লৰৰ কুন্দুকুৰত অনুষ্ঠিত হৈছিল এন চন্দ্ৰবাবু নাইডুৰ সভা। সভাত সমৱেত হৈছিল কেইবা সহস্ৰাধিক জনতা। সভাৰ
Read More...

আজি উত্তৰ-পূৱলৈ প্ৰধানমন্ত্ৰী মোডী, অংশ ল’ব NECৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত

নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ আজি মেঘালয়, ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শ্বিলঙত অংশ ল'ব NECৰ সোণালী জয়ন্তীত। শ্বিলঙৰ কনভেনশ্বন চেণ্টাৰত হ'ব উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী। সোণালী জয়ন্তীত অংশগ্ৰহণৰ পাছত অংশ ল'ব এখন
Read More...

আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ভূপেন্দ্ৰ পেটেলে

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভূপেন্দ্ৰ পেটেলে।আজি গান্ধীনগৰত বিজেপি চৰকাৰৰ শপতগ্ৰহণৰ বিশাল আয়োজন। মুখ্যমন্ত্ৰী হিচাপে ভূপেন্দ্ৰ পেটেলৰ লগতে শপতগ্ৰহণ কৰিব ২৫জনকৈ কেবিনেট মন্ত্ৰীয়ে। এই
Read More...

আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে। আনহাতে মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত
Read More...