Daily Time Axom
Browsing Tag

politics

আজি ঘোষণা হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ আজি ঘোষণা হ'ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগণনা। ভোটগণনাৰ বাবে প্ৰতিটো কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। গুজৰাটত নিৰ্ণয় হ'ব ১৮২ সমষ্টিৰ মুঠ ১৬২১
Read More...

দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীৰ বৃহৎ জয়, AAP-ৰ দখললৈ দিল্লী পৌৰ নিগম

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজি ঘোষণা হ'ল দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল। পুনৰ দিল্লীত জয় সাব্যস্ত কৰিলে আম আদমী পাৰ্টিয়ে। দিল্লী পৌৰ নিগমৰ ২৫০ খন আসনৰ ফলাফল ঘোষণা কৰা হৈছে। এই ২৫০ খন আসনৰ ১৩৪ খন আসন আপ, ১০৪ খন আসন বিজেপি, ৯ খন আসন
Read More...

আজিৰে পৰা ১৭ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ শীতকালীন অধিৱেশন

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ আজিৰে পৰা ১৭ দিনীয়াকৈ অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন । কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ নেতৃত্বত অনুষ্ঠিত হ'ব লগীয়া এই অধিৱেশনত উত্থাপন কৰা হ'ব ১৬ খনকৈ নতুন প্ৰস্তাৱ । গুজৰাট নিৰ্বাচনৰ বাবে পলমকৈ অনুষ্ঠিত হোৱা
Read More...

আজি গুজৰাট নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিমটো দিন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ আজি গুজৰাটত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ১৪ জিলাৰ ৯৩টা সমষ্টিত হ’ব ভোটগ্ৰহণ। ভাগ্য নিৰ্ণয় হ'ব ৮৩৩ গৰাকী প্ৰাৰ্থীৰ। নিৰ্বাচনৰ বাবে সাজু ২৬,৪০৯টা ভোটকেন্দ্ৰ । ২৬,৪০৯টা ভোটকেন্দ্ৰত আছে প্ৰায় ৩৬,০০০ EVM। ২য়
Read More...

অসমৰ সমাজ জীৱনৰ কাৰণে বদৰুদ্দিন আজমল শত্ৰু- লুৰিণজ্যোতি গগৈ

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ অসমৰ সমাজ জীৱনৰ কাৰণে বদৰুদ্দিন আজমল শত্ৰু। অসমীয়া মানুহ আৰু মহিলা সমাজক চূড়ান্ত অপমান কৰিছে বদৰুদ্দিন আজমলে। প্ৰতিবাৰে এইদৰে মন্তব্য কৰে আৰু পিছলৈ ক্ষমা খোজে। মুখ্যমন্ত্ৰীৰ যদি সাহস আছে আজমলক কৰায়ত্ব কৰি দেখুৱাওক,
Read More...

শীঘ্ৰে আইনী ব্যৱস্থা লোৱা হ’ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ শীঘ্ৰে আইনী ব্যৱস্থা লোৱা হ’ব বদৰুদ্দিন আজমলৰ বিৰুদ্ধে৷ স্পষ্ট ইংগিত দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷‘আজমলে যাতে সহানুভুতি আদায় কৰিব নোৱাৰে তাৰ ওপৰতো ৰখা হ’ব নজৰ’৷ আইনী যি ব্যৱস্থা আছে সেয়া লোৱা হ’বই বুলি মন্তব্য কৰে
Read More...

আণ্ডাৰৱেৰ বাছনি কৰা আৰু কিনাত ভুল নকৰিব,অন্যথা…

যুগ আগবাঢ়িছে। সময়ৰ লগে লগে আমিও অতি আধুনিক হৈ পৰিছো। ইয়াৰ পিছতো বহু মহিলাই এতিয়াও আণ্ডাৰৱেৰৰ বিষয়ে আলোচনা কৰিবলৈ লাজ অনুভৱ কৰে। ফলত আণ্ডাৰৱেৰ বাছনি আৰু কিনাত বহু ভুল হয়। অজানিতে নাৰীৰ শৰীৰত একাধিক সমস্যাই বাহ সাজে। গতিকে বিশেষজ্ঞসকলৰ
Read More...

গণতন্ত্ৰৰ বিষয়ে শিকাব নালাগে, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ কঠোৰ বাৰ্তা

জাতীয় স্বাৰ্থত কোনো আপোচ নহয়। সৰ্বোপৰি দেশ। ‘ইণ্ডিয়া ফাৰ্ষ্ট’ নীতিৰে চলিব বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ। এই ক্ষেত্ৰত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ সহ্য কৰা নহ’ব। ভাৰতে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘক এই বাৰ্তা প্ৰদান কৰে। উল্লেখযোগ্য যে ১
Read More...

আন এক দুৰ্ঘটনাৰ বাবে বন্ধ হৈ পৰিছে বন্দে ভাৰত এক্সপ্ৰেছ

এইবাৰ গুজৰাট। বৃহস্পতিবাৰে সন্ধিয়া উদভাদা আৰু ভাপি ষ্টেচনৰ মাজত মুম্বাইৰ পৰা গান্ধীনগৰ অভিমুখী ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰে’লে খুন্দা মাৰে এটা গৰু। পশ্চিম ৰে’লৱেৰ বিষয়া সুনীল ঠাকুৰে কয় যে এই সংঘৰ্ষৰ ফলত ৰে’লখনৰ সন্মুখৰ পেনেলত সৰুকৈ ফাট
Read More...

আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্রথম পর্যায়ৰ নির্বাচনত
Read More...