Daily Time Axom
Browsing Tag

politics

দেশবাসীক সম্বোধন কৰি তিহাৰ জেলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ দিল্লীৰ প্ৰাক্তন…

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ কাৰগাৰাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ ছিছ'দিয়াৰ। ন্যায়িক জিম্মাত তিহাৰ জেলত থকা প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা এখন চিঠিৰ যোগেদি
Read More...

বিজেপিত যোগদান অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীৰ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ শুকুৰবাৰে বিজেপিত যোগদান কৰে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কিৰণ কুমাৰ ৰেড্ডীয়ে। কেৰালাৰ কংগ্ৰেছ নেতা এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিৰ পিছত দক্ষিণ ভাৰতৰ দ্বিতীয়জন প্ৰাক্তন কংগ্ৰেছ নেতাই যোগদান কৰে বিজেপিত।
Read More...

পৰ্ণ তাৰকাৰে গোপনে ধনৰ লেনদেনৰ অভিযোগত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ। এগৰাকী পৰ্ণ তাৰকাৰে গোপনে ধনৰ লেনদেনৰ অভিযোগত গ্ৰেপ্তাৰ ড'নাল্ড ট্ৰাম্প। আমেৰিকাৰ মেনহট্টন আদালতত উপস্থিতিৰ পাছতে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক।
Read More...

নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নিউজ ডেস্ক, ২ এপ্ৰিলঃ আজি অসমলৈ আহিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ মহানগৰীৰ সোণাৰাম খেলপথাৰত ব্যাপক আয়োজন। কেজৰিৱালৰ লগতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আহিব অসমলৈ । দুই মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু হৈছে আপ অসমৰ নেতৃবিন্দ । লগতে
Read More...

অহা ১০ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন, ১৩ মে’ত ফলাফল

নিউজ ডেস্ক, ২৯মাৰ্চঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন। অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। আনহাতে ভোট গণনা কৰা হ’ব ১৩ মে’ত। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে ঘোষণা কৰিলে কৰ্ণাটক
Read More...

‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ

নিউজ ডেস্ক, ২৪ মাৰ্চঃ সাংসদ পদ হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে। লোকসভা সচিবালয়ে শুকুৰবাৰে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে দোষী সাৱ্যস্ত
Read More...

দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ডঃ মাণিক সাহাই

নিউজ ডেস্ক, ৮ মাৰ্চঃ আজি আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত মানিক সাহাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি
Read More...

ঢাকাৰ উচ্চ গৃহত ভয়ংকৰ বিস্ফোৰণ, কমেও ১৪ জন লোকৰ মৃত্যু, শ শ লোক আহত

ফাকুৱাৰ দিনা বাংলাদেশৰ ঢাকাত ৰক্তবান। মঙলবাৰে বিয়লি ভয়ংকৰ বিস্ফোৰণে কঁপাইছিল ৰাজধানীৰ গুলিস্তান। বাংলাদেশ পথ পৰিবহণ নিগমৰ বাছ কাউণ্টাৰৰ কাষত বহুমহলীয়া বিস্ফোৰণ। ইতিমধ্যে বাংলাদেশ অগ্নিনিৰ্বাপক বাহিনীৰ এক বৃহৎ বাহিনী সেই স্থানত
Read More...

এছিয়াৰ আটাইতকৈ ধনী মহিলা, কোন এই ইয়াং হুইয়ান

চীনৰ এগৰাকী কোটিপতি ইয়াং হুইয়ান। ১৯৮১ চনত দক্ষিণ চীনৰ কেণ্টন প্ৰদেশৰ শ্বুণ্ডে অঞ্চলত তেওঁৰ জন্ম। তেওঁৰ পিতৃ চীনৰ অন্যতম ধনী ব্যক্তি ইয়াং গুওকিয়াং। যেতিয়া ইয়াং হুয়ানৰ পিতৃ গুওকিয়াঙে স্থানীয় নিৰ্মাণ কোম্পানী এটাৰ জেনেৰেল
Read More...

ইতিহাস ৰচিলে ছালহাওতোনো ক্ৰুছেই, নাগালেণ্ডত প্ৰথমবাৰলৈ মন্ত্ৰী ৰূপে শপত ল’লে মহিলাই

নিউজ ডেস্ক, ৭ মাৰ্চঃ ইতিহাস ৰচিলে ছালহাওতোনো ক্ৰুছেই। ৰাজ্য গঠনৰ পিছত নাগালেণ্ডত প্ৰথমবাৰলৈ মন্ত্ৰী ৰূপে শপত ল'লে মহিলাই। চলিত নিৰ্বাচনত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল দুগৰাকী মহিলাই। আনহাতে, ৰিঅ’ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকল
Read More...