Daily Time Axom
Browsing Tag

politics

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নেফিঅ’ ৰিঅ’ৰ

নিউজ ডেস্ক, ৭ মাৰ্চঃ আজি নাগালেণ্ড চৰকাৰৰ শপতগ্ৰহণ। পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নেফিঅ’ ৰিঅ’ই। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শপত ল’লে ১২জনীয়া মন্ত্ৰীসভাই। নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মঞ্চত প্ৰধানমন্ত্ৰী
Read More...

দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই

নিউজ ডেস্ক, ৭ মাৰ্চঃ মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই। শ্বিলঙৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে এই অনুষ্ঠানত উপস্থিত থাকে
Read More...

‘দক্ষিণ ভাৰতত সক্ৰিয় মুজাহিদীনে মুছলমান ঘৃণাৰ প্ৰতিশোধ বিচাৰে’, আই এছৰ মুখপত্ৰত উল্লেখ

দক্ষিণ ভাৰতত সক্ৰিয় আই এছ জেহাদী। মংগালুৰু আৰু কইম্বাটুৰত সংঘটিত বিস্ফোৰণৰ আঁৰত আছিল আই এছ জেহাদী। আই এছ কে পিৰ মুখপত্ৰ ‘ভইচ অৱ খোৰছান’ত এনে দাবী কৰা হৈছে। একে সময়তে এই প্ৰতিবেদনে ভাৰতক ভাবুকি দিছে। আইছিছৰ মুখপত্ৰৰ ২৩ সংখ্যক
Read More...

পাকিস্তানী অভিনেত্ৰীৰ ছলমানৰ ওপৰত অশ্লীল মন্তব্য

পাকিস্তানী অভিনেত্ৰী ছাবা কামাৰে এটা ধেমেলীয়া সাক্ষাৎকাৰ দি ছলমান খানক ‘চিট’ বুলি অভিহিত কৰে। সেইবাবেই ক্ষুব্ধ বহু নেটিজেন। বিশেষকৈ ভাইজানৰ অনুৰাগী। উৰ্দু চিনেমা আৰু ধাৰাবাহিকত অভিনয় কৰি ছাবাই পাকিস্তানত জনপ্ৰিয়তা অৰ্জন কৰে।
Read More...

সাংবাদিক বিকাশ শৰ্মা লৈ সাহিত্য – সংস্কৃতিৰ বঁটা

" অসমীয়া প্ৰতিদিন" ৰ গোলাঘাটৰ সাংবাদিক তথা শিশু সাহিত্যিক বিকাশ শৰ্মা লৈ ২০২৩ বৰ্ষৰ "সাহিত্য সংস্কৃতিৰ জীৱন জোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা প্ৰকাশ কৰি ' সাহিত্য সংস্কৃতি বিকাশ মঞ্চ" ৰ সভাপতি অমল
Read More...

তিনিওখন ৰাজ্যতে হ’ব এন ডি এ চৰকাৰ

তিনিওখন ৰাজ্যতে হ'ব এন ডি এ চৰকাৰ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত পুনৰ শাসন চলাব এন ডি এয়ে। কিন্তু প্ৰথমবাৰৰ বাবে মেঘালয়ত বিজেপিক পৰাস্ত কৰিছে তৃণমূলে। ৫৯খন আসনৰ ভিতৰত তৃণমূল ৫খন আৰু বিজেপিয়ে ৩খন আসনত আগবাঢ়ি আছে। ২৫খন আসনত
Read More...

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বৰ্ষযোৰা কাৰ্যসূচী শুভাৰম্ভ

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষযোৰা অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰা হয়। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, নৱ নিৰ্মিত শ্বহীদ বেদী উন্মোচনৰ
Read More...

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া
Read More...

নিৰ্বাচনী প্ৰচাৰৰ বাবে নাগালেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ ডিমাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ অভিযান । NDPP-বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ। আজি নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছুমুকেডিমাত
Read More...

বিশ্ব বেংকৰ পূঁজিৰে বেঁকী নদীৰ খহনীয়া ৰোধৰ কাম আৰম্ভ

অবৈধ খনন মোৰ ডিপাৰ্টমেণ্টত নহয়,অবৈধ খনন বেয়াঃ মন্ত্ৰী পিযুষ হাজৰিকা অবৈধ খননকাৰ্য বন্ধ কৰিব নোৱাৰিলে কাটাঝাৰ পাথাৰ গাঁও বৰপেটা জিলাৰ মানচিত্ৰৰ পৰা আতঁৰি যোৱাৰ আশংকা বৰপেটাৰোডৰ সমীপৰ গোবৰ্ধনাৰ ১১৮ বছৰীয়াঐতিহ্যমণ্ডিত শংকৰ-মাধৱ সত্ৰ
Read More...