Daily Time Axom
Browsing Tag

politics

আজিৰে পৰা দৰঙৰ ধূলাত গুণোৎসৱ আৰম্ভ

দৰং জিলাত আজিৰে পৰা ২য় পৰ্যায়ৰ ১ম মূল্যায়নৰ গুণোৎসৱৰ আৰম্ভ হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ দলগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ লগতে গৰাপৰী শিশু কল্যান প্ৰাথমিক বিদ্যালয়ত এই গুণোৎসৱ আৰম্ভ হয়৷ আজি প্ৰথম দিনত
Read More...

কানাডাৰ আকাশতো ৰহস্যময় বস্তু!

কানাডাৰ আকাশতো এটা ৰহস্যজনক বস্তু ধৰা পৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে। দেওবাৰে জাষ্টিন ট্ৰুডোৱে কয় যে কানাডাৰ উত্তৰ-পশ্চিম ইউকন টেৰিটৰীৰ আকাশমাৰ্গত এটা ৰহস্যজনক বস্তু ধৰা পৰাৰ পিছত যুদ্ধবিমানে গুলীয়াই নিক্ষেপ কৰে।
Read More...

প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান

বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ উদ্যোগত বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰয়াত শিক্ষাগুৰু সকলৰ প্ৰবিত্ৰ স্মৃতিত তৃতীয় বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়।প্ৰয়াত শিক্ষাগুৰু সকলৰ প্ৰবিত্ৰ স্মৃতিত
Read More...

প্ৰথমবাৰৰ বাবে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত “যুৱ সদন’’ সফলতাৰে…

মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সম উন্নয়ন তথা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ছাত্ৰ আৰু যুৱ সমাজক এই উন্নয়ন আৰু বিকাশৰ অংশীদাৰ হোৱাৰ লগতে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি তোলাৰ দিশত
Read More...

তেজত ক’লেষ্টেৰল বৃদ্ধি হ’লে কি হয়

অতিৰিক্ত ক'লেষ্টেৰল শৰীৰৰ বাবে উপকাৰী নহয়। এইটো সঁচা যে আমাৰ শৰীৰত ভাল আৰু বেয়া দুই প্ৰকাৰৰ ক'লেষ্টেৰল থাকে। ৰক্তবাহী নলীত বেয়া ক'লেষ্টেৰল জমা হ’লে হৃদৰোগ হ’ব পাৰে। কিন্তু যদি আপুনি ভাল আৰু বেয়া কলেষ্টেৰল চিনাক্তকৰণৰ পদ্ধতি বুজি
Read More...

শ্বাহৰুখ খানৰ ছবি পাঠানক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বুধবাৰে সংসদত শ্বাহৰুখ খানৰ ছবি পাঠানৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, দশক দশক পিছত শ্ৰীনগৰৰ ভিতৰত চিনেমাগৃহসমূহ ঘৰুৱা হৈ পৰিছে। লক্ষণীয় যে শ্ৰীনগৰ আৰু কাশ্মীৰত বহুদিনৰ মূৰত পাঠানৰ জৰিয়তে পুনৰ ছবিগৃহত চিনেমা প্ৰদৰ্শন
Read More...

অসমত প্ৰথমবাৰৰ বাবে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে “যুৱ সদন’’ৰ আয়োজন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সম উন্নয়ন তথা বিকাশৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।সেইদৰে ৰাজ্যখনৰ ছাত্ৰ আৰু যুৱ সমাজক এই উন্নয়ন আৰু বিকাশৰ অংশীদাৰ হোৱাৰ লগতে অসমৰ সমাজ
Read More...

ত্ৰিপুৰা বিজেপিয়ে প্ৰকাশ কৰিলে ইস্তাহাৰ

মানুহে আমাৰ প্ৰতিশ্ৰুতি বুজি পায়ঃ জে পি নড্ডা জে পি নাড্ডাই কয় যে দৰিদ্ৰ লোকক পকা ঘৰ প্ৰদানৰ পৰা আৰম্ভ কৰি হৰ ঘৰ জল যোজনা, আয়ুষ্মান ভাৰত যোজনা আৰু শৈক্ষিক উন্নয়নৰ জৰিয়তে কাৰ্যক্ষম নলৰ পানী সংযোগলৈকে জনজীৱনৰ প্ৰতিটো দিশতে ত্ৰিপুৰাত
Read More...

কৈলাশ মানসৰোৱৰ যাত্ৰাক লৈ সন্দেহ অব্যাহত

কৈলাশ মানসৰোৱৰ যাত্ৰাক লৈ সন্দেহ অব্যাহত আছে। উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত অৱস্থিত লিপুলেখ পাছৰ মাজেৰে প্ৰতি বছৰে এই যাত্ৰা অনুষ্ঠিত হয়। অৱশ্যে কোভিড-১৯ মহামাৰীৰ বাবে এই যাত্ৰা ২০২০ চনৰ পৰা পিছুৱাই দিয়া হৈছে। এই যাত্ৰাৰ বাবে ন’ডেল
Read More...

আমাৰ ওপৰত যিমানেই বোকা পেলাব সিমানেই পদুম ফুলিব

প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ সময়ত হুলস্থুল প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ সময়ত বিৰোধী দলসমূহে যথেষ্ট হুলস্থুল কৰে। অৱশ্যে এই হুলস্থুলৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ অব্যাহত ৰাখে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ কাম-কাজৰ
Read More...