Daily Time Axom
Browsing Tag

politics

প্ৰেমৰ সম্পৰ্কৰ বাবেই নিজৰ পৰিয়ালে জ্বলাই হত্যা কৰিলে এগৰাকী যুৱতীক

প্ৰেমৰ সম্পৰ্কৰ বাবেই এগৰাকী ২২ বছৰীয়া কিশোৰীক নিজৰ পৰিয়ালে জ্বলাই হত্যা কৰে। মহাৰাষ্ট্ৰৰ নন্দেদ জিলাত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আছিল। জানিব পৰা মতে যুৱতীগৰাকীৰ পিতৃ, ভাতৃ আৰু আন তিনিজন ব্যক্তিয়ে
Read More...

নলবাৰী পশ্চিম জাপাৰকুছিত শ্ৰীশ্ৰীবিষ্ণু মন্দিৰ উদ্বোধন

নলবাৰী চহৰৰ নিচেই সমীপতে থকা জাপাৰকুছি গাঁৱৰ ঔ তলত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ২০১৪ চনতে আৰম্ভ কৰা পশ্চিম জাপাৰকুছিৰ একমাত্ৰ সেৱাৰ থলী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় দুদিনীয়া বৰ্ণাঢ়্য
Read More...

বিশ্ব অৰ্থনীতিৰ অন্ধকাৰ আৰু অনিশ্চিত ছবিখন ওলাই পৰিছে এক প্ৰতিবেদনত

পুনৰ ৰাষ্ট্ৰসংঘৰ বিত্তীয় আৰু সামাজিক পৰিক্ৰমা কাৰ্যালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত বিশ্ব অৰ্থনীতিৰ অন্ধকাৰ আৰু অনিশ্চিত ছবিখন ওলাই পৰিছে। কোৱা হয় যে বিশ্বৰ অৰ্থনীতি লেহেমীয়া বহু হ’ব। বিত্তীয় বৃদ্ধি ১.৯ শতাংশলৈ হ্ৰাস পাব পাৰে। বিভিন্ন
Read More...

সাত মাহ ধৰি ভাতৃদ্বয়ে ধৰ্ষণ কৰি গৰ্ভৱতী কৰা এগৰাকী ১১ বছৰীয়া কিশোৰীয়ে জন্ম দিলে সন্তান

৭ মাহ ধৰি অবিৰতভাৱে দলবদ্ধ ধৰ্ষণ চলাইছিল এগৰাকী ১১ বছৰীয়া কিশোৰীক। যাৰ বাবে তাই গৰ্ভৱতী হয়। আৰু শেষত সন্তান জন্ম দিবলৈ বাধ্য। গাজিয়াবাদৰ এই অমানৱীয় ঘটনাত দোষী সাব্যস্ত হোৱা দুই ভাতৃক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
Read More...

শিল্পাৰ আটাইতকৈ গোপন কথা

বয়স পঞ্চাশ বছৰ হোৱা সময়, কিন্তু ৰূপ দেখিলে কোনে ক’ব যে...! নিয়মীয়াকৈ ব্যায়াম, বেলি ডান্স আৰু অন্যান্য ব্যায়াম কৰি শিল্পা শ্বেট্টীয়ে যৌৱন বজাই ৰাখিছে। দুটা সন্তানৰ মাতৃ শিল্পা ? অভিনয় তাৰকাসকলে সাধাৰণতে কম বয়সতে কম সময়ৰ বাবে
Read More...

আপ-বিজেপিৰ পুনৰ ভোট জালিয়াতি! দিল্লীৰ মেয়ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াত অনিশ্চয়তা

আম আদমী পাৰ্টি আৰু বিজেপিৰ কাউন্সিলাৰৰ মাজত সংঘাতৰ বাবে পুনৰ ব্যাহত হৈ পৰিছে দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচন প্ৰক্ৰিয়া। ৬ জানুৱাৰীৰ পিছত লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই নিযুক্তি দিয়া ১০ জন এলডাৰমেনৰ শপত গ্ৰহণক লৈ পৌৰসভাত উত্তেজনা
Read More...

অসম প্ৰকাশন ভাৰতীৰ উদ্যোগত ড০ জগদীন্দ্ৰ ৰায় চৌধুৰীৰ ” নেতাজী সুভাষ চন্দ্ৰ বসু” নামৰ…

অসম প্ৰকাশন ভাৰতীৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ৪ বজাত ড০ জগদীন্দ্ৰ ৰায় চৌধুৰীৰ " নেতাজী সুভাষ চন্দ্ৰ বসু" নামৰ গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া, প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ পৰিচালন সম্পাদক
Read More...

নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ মেহৰুনিছা ছিদ্দিকীৰ বোৱাৰী আলিয়াৰ বিৰুদ্ধে এফআইআৰ দাখিল

নৱাজুদ্দিন ছিদ্দিকীৰ মাতৃ মেহৰুনিছা ছিদ্দিকীয়ে অভিনেতাগৰাকীৰ পত্নী আলিয়াৰ বিৰুদ্ধে গোচৰ তৰিছে। ভাৰ্ছ’ভা আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে ফোন কৰিছে। ভাৰ্ছ’ভা আৰক্ষীৰ মতে, আলিয়াৰ নৱাজুদ্দিনৰ মাতৃৰ সৈতে কাজিয়া হৈছিল। আৰক্ষীৰ মতে,
Read More...

মৰমিয়াল আৰু বুদ্ধিমান ছোৱালীক বিয়া কৰাব ৰাহুল গান্ধীয়ে,২৫০০ৰ পৰা ৩০০০ পাউণ্ডৰ দৰমহা পাইছিল চাকৰি…

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা এতিয়া জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ত আছে। এই ভ্ৰমণৰ সময়ত ৰাহুলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম কাৰ্লাইটেলছৰ তেওঁৰ জীৱনৰ সেই দিশসমূহৰ বিষয়ে কৈছে, যিবোৰৰ বিষয়ে দেশৰ অধিকাংশ জনতাই জানিব বিচাৰে। এই সময়ছোৱাত
Read More...

মন ভাঙিলে সহজে পাহৰি যাবলৈ কি কৰিব

আহি আছে সৰস্বতী পূজা। এইটো যেন স্বঘোষিত প্ৰেম দিৱস। কেইসপ্তাহমানৰ পিছতে ভেলেণ্টাইন ডে’। ৰাজপথত মৰমিয়াল দম্পতীৰ ভিৰ হ'ব। ব্ৰেকআপ হোৱাৰ পিছত পূৰ্বৰ প্ৰেমক পাহৰাৰ আটাইতকৈ সহজ উপায় কি? ১. যদি শৰীৰত ঘাঁ থাকে তেন্তে ভাল হ’বলৈ সময়
Read More...