Daily Time Axom
Browsing Tag

Price Hike

পুনৰ বিদ্যুৎ বিভাগৰ মাধমাৰ সাধাৰণ জনতাক, পুনৰ বৃদ্ধি বিদ্যুতৰ মাচুল

নিউজ ডেস্ক, ১ অক্টোবৰঃ পুনৰ গ্ৰাহকৰ মূৰত মাধমাৰ APDCLৰ। ৰাজ্যত বৃদ্ধি পালে বিদ্যুতৰ মাচুল।প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি।দেওবাৰৰ পৰাই বলৱৎ‍ হ’ব এই নতুন নিৰিখ। ৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ।৩০১-৫০০ ইউনিটলৈ ৫০ পইচাকৈ আৰু
Read More...

আজিৰে পৰা দাম বাঢ়িল চিলিণ্ডাৰৰ, ২০৯টকা পৰ্যন্ত বৃদ্ধি পালে দাম

নিউজ ডেস্ক, ১ অক্টোবৰঃ জনতাৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন! আজিৰ পৰা বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। পূৰ্বৰ মূল্যতকৈ ২০৯ টকাকৈ বৃদ্ধি পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। দেওবাৰৰ পৰাই কাৰ্যক্ষম হ'ব এই নতুন নিৰিখ। উল্লেখ্য যে,
Read More...

পুনৰ ৭ টকাকৈ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম

নিউজ ডেস্ক, ৪ জুলাইঃ জনতাৰ মূৰত আন এক মাধমাৰ! পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৭ টকাকৈ বৃদ্ধি। দিল্লীত ইয়াৰ খুচুৰা মূল্য ১,৭৭৩ টকাৰ পৰা ১,৭৮০ টকালৈ বৃদ্ধি হৈছে। একেৰাহে তিনিবাৰ মূল্য হ্ৰাসৰ
Read More...

সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ! আজিৰে পৰা বৃদ্ধি পালে সুৰাৰ দাম

নিউজ ডেস্ক, ১ জুলাইঃ আজিৰে পৰা সকলো সুৰাৰ মূল্য ৪ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। সেই অনুসৰি ৩৩০ টকাৰ ৭৫০ মিলিলিটাৰৰ সাধাৰণ ব্ৰেণ্ডৰ ৰামক ১০০ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি, জিন, ব্ৰেণ্ডিৰ ৰেগুলাৰ ব্ৰেণ্ডত ১২১ টকাকৈ
Read More...

জনতাৰ মূৰত আন এক ৰামটাঙোন, পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল

নিউজ ডেস্ক, ২ জুনঃ জনতাৰ মূৰত আন এক ৰামটাঙোন। পুনৰ বাঢ়িল বিদ্যুতৰ মাচুল। ইন্ধন, শক্তি ক্ৰয়ৰ নামত মাচুল বৃদ্ধি কৰিলে APDCL-এ। এই অনুসৰি নিম্ন প্রাবল্যৰ ঘৰুৱা গ্ৰাহকে প্রতি ইউনিটত ৩০ পইচাকৈ আৰু বাকী অন্য গ্রাহকে প্রতি ইউনিটত ৭০ পইচাকৈ
Read More...

জনতাৰ মূৰত ৰামটাঙোন! আজিৰে পৰা টোল কৰ, ঔষধ, বিদ্যুতৰ মাচুল বৃদ্ধি

নিউজ ডেস্ক, ১ এপ্ৰিলঃ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনাই জনতাৰ মূৰত ৰামটাঙোন। আজিৰে পৰা টোল কৰ, ঔষধ, বিদ্যুতৰ মাচুল বৃদ্ধি। বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ। ৰাজ্যৰ ৭ খনকৈ টোলগেটৰ কৰ ১০ শতাংশ পৰ্যন্ত বৃদ্ধি। ৮০০ বিধ জীৱনদায়িনী ঔষধৰ দাম ১২
Read More...

পুনৰ বৃদ্ধি হ’ব টোল কৰ,৫ৰ পৰা ১০ শতাংশ বৃদ্ধি হ’ব টোল কৰ

নিউজ ডেস্ক, ৩১ মাৰ্চঃ ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ ৭খন টোলগে’টত টোল টেক্স বৃদ্ধি পাব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। জাননী অনুসৰি, এতিয়াৰে পৰা যান–বাহনৰ পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক মাচুল পৰিশোধ কৰিব লাগিব।
Read More...

জনতাৰ মূৰত পুনৰ মাধমাৰ! মাহে ১০ টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ

নিউজ ডেস্ক, ৩১ মাৰ্চঃ জনতাৰ মূৰত আকৌ মাধমাৰ। এইবাৰ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ। মাহে বিদ্যুতৰ ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধি। ফিক্সড চাৰ্জৰ বাবদ ১২০ টকাকৈ পৰিশোধ কৰি আহিছিল জনতাই। ৰাজহ বৃদ্ধিৰ স্বাৰ্থতে অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি
Read More...

১২ শতাংশ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ দাম, ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ পুনৰ সৰ্বসাধাৰণৰ মূৰত মাধমাৰ। ১২ শতাংশ বৃদ্ধি পালে জীৱনদায়িনী ঔষধৰ দাম। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰক কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত যোৱা বছৰৰ
Read More...

পুনৰ বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

নিউজ ডেস্ক, ১ মাৰ্চঃ পুনৰ বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম। পুনৰ ৫০ টকাকৈ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য। ইফালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বাঢ়িল ৩৫০.৫০ টকাকৈ। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি। দিল্লীত আজিৰে পৰা
Read More...