Daily Time Axom
Browsing Tag

protest

আজিৰে পৰা শিলসাকোত পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান, অৰ্ধউলংগ হৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ

নিউজ ডেস্ক, ১ চেপ্তেম্বৰঃ আজিৰে পৰা শিলসাকোত পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদক কেন্দ্ৰ কৰি শিলসাঁকোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ শিলসাঁকোৰ স্থানীয় ৰাইজৰ। লগতে প্ৰশাসনৰ উচ্ছেদত বাধা স্থানীয় মহিলাৰ।
Read More...

অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি, বিৰোধীৰ হুলস্থলীয়া পৰিৱেশ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি।ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হুলস্থুলীয়া পৰিৱেশ। সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল কংগ্ৰেছে। কংগ্ৰেছ সাংসদে প্ৰদৰ্শন কৰিলে প্লে'কাৰ্ড। অধ্যক্ষৰ আসনৰ সন্মুখলৈ
Read More...

ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক, ২৭ মাৰ্চঃ ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। সংসদলৈ ক'লা কাপোৰ পৰিধান কৰি যাত্ৰা কংগ্ৰেছ সাংসদৰ। শেহতীয়া ৰাহুল গান্ধী বিতৰ্কই দেশ জোকাৰি থকাৰ সময়তে আজি সংসদলৈ ক'লা কাপোৰ পৰিধান কৰি
Read More...

আজি জনজাতিকৰণ, পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ আজি আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান।পুৱা পাঁচ বজাৰ পৰা ২৪ ছেপ্তম্বৰৰ পুৱা পাঁচ বজালৈ বন্ধৰ আহ্বান আক্ৰাছুৰ।এক প্ৰেছ বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক সুনাধৰ ৰায়ে।
Read More...

সাংবাদিক নিগ্ৰহৰ ঘটনাক কেন্দ্ৰ কৰি ক’লা বেজ পৰিধান কৰি ৰাজ্যজুৰি জাফাৰ প্ৰতিবাদী কাৰ্যসূচী

নিউজ ডেস্ক, ৯ চেপ্টেম্বৰঃ অসমীয়া প্ৰতিদিন ‘ কাকতৰ জ্যেষ্ঠ সাংবাদিক বনজিত ঠাকুৰীয়াক ৭ ছেপ্তেম্বৰৰ নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে একাংশ দূৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি আজি ৰাজ্যজুৰি জাফাই সাংবাদিক নিগ্ৰহৰ এই ঘটনাৰ
Read More...

বৰপেটাত আমছুৰ অৱস্থান ধৰ্মঘট পালন

নিউজ ডেস্ক, ২৩ আগষ্টঃ সম্প্ৰতি সাতদফীয়া দাবীৰ সমৰ্থনত সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আজি ১১ বজাৰ পৰা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্মঘটকাৰী সকলে বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী
Read More...

ছোনিয়া গান্ধীক EDৰ জেৰাৰ প্ৰতিবাদত মহানগৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, ২১ জুলাইঃ ৰাহুল গান্ধীৰ পাছত আজি EDৰ জেৰাৰ সন্মুখীন হৈছিল ছোনিয়া গান্ধী। দিনৰ ১১.৪৫ বজাত দিল্লীস্থিত EDৰ কাৰ্যালয়ত কংগ্ৰেছ অধ্যক্ষাগৰাকী উপস্থিত হয়। নেশ্যনেল হেৰাল্ড গোচৰত EDএ জেৰা কৰিছিল ছোনিয়া গান্ধীক। ইয়াৰপিছতেই জেৰাৰ
Read More...