Daily Time Axom
Browsing Tag

Ragging

গোৱালপাৰাৰ সৈনিক স্কুলত ৰেগিং কাণ্ড, জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত কেইবাজনো কনিষ্ঠ ছাত্ৰ

নিউজ ডেস্ক, ২৮ মাৰ্চঃ ৰাজ্যত পুনৰ ৰেগিঙৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান গোৱালপাৰাৰ সৈনিক স্কুল। জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত হৈছে কেইবাগৰাকীও কনিষ্ঠ ছাত্র। দেওবাৰে সংঘটিত হৈছিল এই ঘটনা। DGPৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল অভিভাৱকে। ইয়াৰ পাছতে
Read More...

বহিষ্কাৰ কৰা হ’ল শিলচৰ দন্ত মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত ১৪ শিক্ষাৰ্থীক

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পাছত এইবাৰ শিলচৰ ডেণ্টেল কলেজত ৰেগিঙৰ ঘটনা৷ ৰেগিং কাণ্ডৰ লগত জড়িত ১৪ শিক্ষাৰ্থীক কলেজ আৰু হোষ্টেলৰ পৰা বহিষ্কাৰ৷ ১ ডিচেম্বৰত এগৰাকী ছাত্ৰক ৰেগিং কৰিছিল ১৪ ছাত্ৰই৷ ইয়াৰ পাছতে অভিযোগ দাখিল
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ DU ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ। সোমবাৰে পুৱা ৬ বজাত লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাহুল ছেত্রীয়ে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিতৰ্কত সাঙোৰ খাইছিল ৰাহুলৰ নাম। ঘটনা সংঘটিত
Read More...

DUৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং। ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন হোষ্টেলৰ আৱাসীক। বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলৰ এগৰাকী আৱাসীক নিৰ্যাতন। জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হজৰত আলী বৰ্তমান
Read More...

আজি অস্ত্ৰোপচাৰ সম্পন্ন হ’ব DU ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি সম্পন্ন হ’ব আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা৷ শৰীৰ কেইবাটাও অংগ অচল হৈ পৰিছে ছাত্ৰজনৰ৷ আদিত্য নাৰ্ছিং হোমত সম্পন্ন হ’ব আনন্দৰ অস্ত্ৰোপচাৰ। দিল্লীলৈ
Read More...

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগত জড়িত শুভ্রজিৎ বৰুৱা নামৰ ছাত্রজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ ডিব্ৰুগড় আৰক্ষীৰ জালত আনন্দ শৰ্মাক আসুৰিক অত্যাচাৰ চলোৱা আৰু এজন ৰেগিংকাৰী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িত পলাতক শুভ্ৰজিৎ বৰুৱাক আটক কৰিলে আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰে চলোৱা এক তালাচীত মৰাণৰ
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHত ৰেগিং কাণ্ডৰ বাবে বহিষ্কৃত হ’ল দুই ছাত্ৰ

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ AMCHত ৰেগিং বিতৰ্ক। ৰেগিঙৰ বাবে দুজন ছাত্ৰক বহিষ্কাৰ কৰা হৈছে। ছমাহৰ বাবে অস্থিৰোগ বিভাগৰ ছাত্ৰদ্বয়ক বহিষ্কাৰ কৰা হৈছে। বহিষ্কৃত ছাত্ৰ দুজন হৈছে ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ ছাকেট
Read More...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ১৮ জনক বহিষ্কাৰ

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলৰ ১৮ ছাত্ৰক বহিষ্কাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ল’লে কঠোৰ সিদ্ধান্ত। বিশ্ববিদ্যালয়ৰ পৰাও বহিষ্কাৰ কৰা হৈছে অভিযুক্ত ১৮ ছাত্ৰক। তৎকালীনভাৱে ছাত্ৰাৱাস খালী কৰাৰ নিৰ্দেশ
Read More...