Daily Time Axom
Browsing Tag

Rahul Gandhi

দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ দুদিনীয়া কাৰ্যসূচীৰে মিজোৰামত উপস্থিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। পুৱা ১০ বজাত বিশেষ বিমানেৰে দিল্লীৰ পৰা আগৰতলাত উপস্থিত হয়।ইয়াৰ পিছতেই আগৰতলাৰ পৰা হেলিকপ্টাৰেৰে আইজলত উপস্থিত ৰাহুল গান্ধী। আজি মিজোৰামৰ কংগ্ৰেছৰ…
Read More...

এইবাৰ ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ

নিউজ ডেস্ক, ৬ অক্টোবৰঃ এইবাৰ বিজেপিয়ে ৰাহুল গান্ধীক লৈ তৈয়াৰ কৰিছে এখন পোষ্টাৰ। ৰাৱণৰ ছবিত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দেখুওৱা হৈছে বিজেপিয়ে। ৰাহুলক পৰিধান কৰোৱা হৈছে ৰাৱণৰ দৰেই পোছাক। ৰাৱণৰ দৰেই সংযোজন কৰা হৈছে ১০টা মুৰ। ৰাৱণ ৰূপী ৰাহুলৰ
Read More...

সাংসদ পদ ওভতাই পালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক, ৭ আগষ্টঃ পুনৰ বাহাল হ'ল ৰাহুল গান্ধীৰ সাংসদ পদ। অধিসূচনা জাৰি কৰিলে লোকসভা সংসদ সচিবালয়ে। উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশৰ পাছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়াৰে পৰা ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে
Read More...

আজি দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই

নিউজ ডেস্ক, ২০ মে'- আজি দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই । আনহাতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে। লগতে কৰ্ণাটক ৰাজ্যিক কংগ্ৰেছৰো দায়িত্বভাৰ প্ৰদান কৰা হ’ব শিৱকুমাৰক।
Read More...

নিদিৰ্ষ্ট সময়ৰ ভিতৰত মই আৱাসগৃহ খালী কৰিমঃ ৰাহুল গান্ধী

নিউজ ডেস্ক, ২৮ মাৰ্চঃ সাংসদ পদ হেৰুওৱাৰ পাছত ৰাহুলে হেৰুৱাব সাংসদ হিচাপে লাভ কৰা চৰকাৰী বাসগৃহ। দিল্লীৰ তুঘলক ৰোডত থকা চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ ৰাহুল গান্ধীক সোমবাৰে নিৰ্দেশ দিছিল লোকসভাৰ হাউছিং বৰ্ডে। এই জাননী লাভ কৰিয়েই ৰাহুল
Read More...

ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক, ২৭ মাৰ্চঃ ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। সংসদলৈ ক'লা কাপোৰ পৰিধান কৰি যাত্ৰা কংগ্ৰেছ সাংসদৰ। শেহতীয়া ৰাহুল গান্ধী বিতৰ্কই দেশ জোকাৰি থকাৰ সময়তে আজি সংসদলৈ ক'লা কাপোৰ পৰিধান কৰি
Read More...

দেশ মাতৃৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজুঃ ৰাহুল গান্ধী

নিউজ ডেস্ক, ২৫ মাৰ্চঃ “দেশ মাতৃৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু”। সাংসদৰ পদবী হেৰুওৱাৰ পিছতেই এইদৰে ৰাহুল গান্ধীৰ টুইট। https://twitter.com/RahulGandhi/status/1639234957305315331 উল্লেখ্য যে, শুকুৰবাৰে খাৰিজ কৰা হৈছিল কংগ্ৰেছ নেতা
Read More...

‘মোদী উপাধি’ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে খাৰিজ কৰা হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ

নিউজ ডেস্ক, ২৪ মাৰ্চঃ সাংসদ পদ হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে। লোকসভা সচিবালয়ে শুকুৰবাৰে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট আদালতে দোষী সাৱ্যস্ত
Read More...

মানহানিৰ গোচৰত ৰাহুল গান্ধীক ২বছৰৰ কাৰাদণ্ড ছুৰাট আদালতৰ

নিউজ ডেস্ক, ২৩ মাৰ্চঃ ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড। মানহানি গোচৰত এই ৰায় ছুৰাট আদালতৰ। ৪ বছৰীয়া পুৰণি গোচৰত দোষী সাব্যস্ত কৰে ৰাহুল গান্ধীক। ‘মোদী’ উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰী মোডী "চোৰ'' বুলি কৰা
Read More...

আজি সামৰণি পৰিব ভাৰত জোড়ো যাত্ৰা, ১৪৫ দিনত ৪,০৮০ হাজাৰ কিঃমিঃকিলোমিটাৰ পদযাত্ৰা ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ আজি সামৰণি পৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা। ৪৫ দিনত ১৪ খন ৰাজ্যৰ ৪,০৮০ হাজাৰ কিঃমিঃ পথ অতিক্ৰম ৰাহুল গান্ধীৰ। ২০২২ বৰ্ষৰ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ শ্ৰীনগৰত
Read More...