Daily Time Axom
Browsing Tag

rally

আজাদি কা অমৃত মহোৎসৱৰ উপলক্ষে ৰঙিয়াৰ ৰাজপথত হৰ ঘৰ কি ত্ৰিৰঙ্গা কাৰ্যসূচী

নিউজ ডেস্ক, ১২ আগষ্ট: ভাৰতীয় ষ্টেট বেংক ৰঙিয়া শাখাৰ সজাতি দলে ৰঙিয়াৰ ৰাজপথত উলিয়ালে হৰ ঘৰ কি ত্ৰিৰঙ্গা কাৰ্যসূচীৰ শোভাযাত্ৰা। স্বাধীনতাৰ ৭৫ বছৰ পিছত এইবাৰ দেশে পালন কৰিব আজাদি কা অমৃত মহোৎসৱ।চৰকাৰী নিৰ্দেশনাক ব্যাপক সহাৰি জনায়ছে
Read More...