ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ
নিউজ ডেস্ক, ১৪ আগষ্টঃ ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমানেও সন্ধান নাই কণিকাৰ!-->!-->!-->…
Read More...
Read More...