Daily Time Axom
Browsing Tag

Ranoj Pegu

ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ১২৪জন ছাত্ৰ-ছাত্ৰীক

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক।দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত অনা হৈছে ছিকিমত অধ্যয়নৰত ১২৪ জন শিক্ষাৰ্থীক। সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত…
Read More...

ৰাজ্যত শীঘ্ৰেই বন্ধ কৰিব ১১ সহস্ৰাধিক বিদ্যালয়

নিউজ ডেস্ক, ২১ চেপ্তেম্বৰঃ শীঘ্ৰেই বন্ধ হ'ব ৰাজ্যত ১১,৩৬৮ খন বিদ্যালয়৷ শিক্ষা বিভাগৰ এক বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত৷ তথ্য অনুসৰি ৰাজ্যৰ ৩১খন বিদ্যালয়ত ১জনকৈ শিক্ষাৰ্থী থকাৰ বিপৰীতে ৬৫খন বিদ্যালয়ত আছে মাত্ৰ দুগৰাকীকৈ
Read More...

৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত বাতিল-শিক্ষামন্ত্ৰী

নিউজ ডেস্ক, ১৬ জুনঃ ৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত বাতিল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিলে এই সিদ্ধান্ত। সেই মহাবিদ্যালয় কেইখন আছিল ক্ৰমে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ
Read More...

শিক্ষানুষ্ঠানত শিক্ষকৰ বাবে DRESS CODE, শিক্ষকসকলে নামানিলে লোৱা হ’ব বিহিত ব্যৱস্থা

নিউজ ডেস্ক, ২০ মে'- ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। কৰ্তব্যৰত অৱস্থাত পৰিধান কৰিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, লেগিংছ। শিক্ষকসকলে জিনছ, টি-চাৰ্টৰ সলনি ফৰ্মেল ছাৰ্ট-পেণ্ট পিন্ধিব লাগিব। আনহাতে
Read More...

কাইলৈ ঘোষণা হ’ব গুণোৎসৱৰ ফলাফলঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ কাইলৈ ঘোষণা কৰা হ'ব চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফল৷ মুখ্যমন্ত্ৰীয়ে ১১ বজাত অনুষ্ঠানিকভাৱে ঘোষণা কৰিব এই ফলাফল। লগতে উপস্থিত থাকিব শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ এই ফলাফলৰ জৰিয়তে ২০২২ ৰ তুলনাত ২০২৩ত শিক্ষা
Read More...

ছেবাৰ নতুন নিৰ্দেশনা, এতিয়াৰে পৰা আৰক্ষী থানাৰ অ’চিৰ তত্বাৱধানত থাকিব মেট্ৰিকৰ প্ৰশ্নকাকত

নিউজ ডেস্ক, ২৪ মাৰ্চঃ মেট্রিকৰ পৰীক্ষাক লৈ ছেবাৰ নির্দেশনা। বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দর্ভত এই নির্দেশনা। প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰিব থানাৰ ভাৰপ্রাপ্ত বিষয়াই। কেন্দ্র তত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্রশ্নকাকত। SEBAৰ
Read More...

ভাইৰেল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকতঃ টুইটযোগে জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা
Read More...

এইবাৰ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ

নিউজ ডেস্ক, ১৮ মাৰ্চঃ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ। এইবাৰ হোৱাটছএপত ভাইৰেল হৈছে ভূগোলৰ প্ৰশ্নকাকত। উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা।ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত।সেয়ে
Read More...

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে কুমুদ ৰাজখোৱাই। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডফলাকটা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক কুমুদ ৰাজখোৱা।
Read More...

১ এপ্ৰিলত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষাৰ অসমীয়া তথা সকলো মাতৃভাষা বিষয়ক পৰীক্ষা

নিউজ ডেস্ক, ১৭ মাৰ্চঃ ১ এপ্ৰিলত অনুষ্ঠিত হ'ব বাতিল হোৱা মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল অসমীয়া বিষয়কে ধৰি মাতৃভাষাৰ সকলো পৰীক্ষা। শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে টুইটযোগে সদৰী কৰিলে এই তথ্য।
Read More...