Daily Time Axom
Browsing Tag

Recover

অৱশেষত উদ্ধাৰ ৬ জানুৱাৰীৰ পৰা লিডুৰ কয়লাখনিত নিখোজ হৈ থকা প্ৰাঞ্জল মৰাণৰ মৃতদেহ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ অৱশেষত উদ্ধাৰ হ'ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ। লিডুৰ কয়লাখনিত উদ্ধাৰ ৬ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা প্ৰাঞ্জলৰ মৃতদেহটো। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে চলা তীব্ৰতৰ অভিযানৰ পাছতে কয়লাখনিৰ সুৰংগৰ মাজত পুতি
Read More...

জলপথেৰে অবৈধভাৱে আমেৰিকাত প্ৰৱেশৰ চেষ্টা কৰোতেই নাও বুৰি ভাৰতীয় পৰিয়ালৰ সদস্যসহ ৮ জনৰ মৃত্যু

নিউজ ডেস্ক, ১ এপ্ৰিলঃ কানাডা-আমেৰিকাৰ সীমান্তৰ সমীপৰ ছেইণ্ট লৰেন্স নদীৰ পাৰত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৮ জন লোকক মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোককেইজনৰ ভিতৰত আছিল পাঁচজন ভাৰতীয় আৰু ৩জন ৰোমানীয়া মূলৰ। কানাডাৰ কৰ্তৃপক্ষৰ
Read More...

মৰ্মান্তিক! জন্মদিন উদযাপনৰ বাবে পিতৃৰ লগত বজাৰ কৰিবলৈ হোৱা কনমানিৰ নিঠৰ দেহ উদ্ধাৰ হ’ল পথাৰত

নিউজ ডেস্ক, ৯ মাৰ্চঃ জন্মদিনৰ দিনটোতে উদ্ধাৰ পিতৃৰ সৈতে যোৱা এবছৰীয়া কণমানিৰ মৃতদেহ। এতিয়াও সন্ধান নাই শিশুটিৰ পিতৃ শচীন বৰদলৈৰ। শিশুটিৰ মৃতদেহৰ কাষতে পোৱা গৈছে পিতৃৰ চাইকেল। গহপুৰৰ সোণালীবড়িত এই চাঞ্চল্যকৰ ঘটনা। পথাৰখনত পুৱাই গৰু দিবলৈ
Read More...

মহানগৰীৰ বামুণীমৈদামত ইউটিউবাৰৰ ৰহস্যজনক মৃত্যু

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰিয়লিনা নাথ নামৰ ইউটিউবাৰ গৰাকীৰ মৃতদেহ। মহানগৰীৰ বামুণীমৈদামত সংঘটিত হৈছে এই ঘটনা। ‘চাংকি ব্লগাৰ’ নামৰ এটা ইউটিউব চেনেল চলাইছিল প্ৰিয়লিনাই। যুৱতীগৰাকীৰ দেহত দেখা গৈছে
Read More...

জামুগুৰিহাটৰ নাহৰবাৰীত দুস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাহৰবাৰীত আজি এটা দুস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ কৰা হয় ৷ নাহৰবাৰীৰ পথাৰত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে ঈগলটো ৷ ৰাইজে জানিবলৈ দিয়া মতে, কোনো দুস্কৃতিকাৰীয়ে ঈগলটোক আক্ৰমণ কৰাত
Read More...

মহানগৰীৰ হোটেলৰ কোঠাত উদ্ধাৰ ৰক্তাক্ত মহিলাৰ মৃতদেহ

নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ মহানগৰীৰ ফাঁচিবজাৰৰ ৰাজহংস হোটেলত অঘটন৷ হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ এগৰাকী মহিলাৰ ৰক্তাক্ত মৃতদেহ৷ ১৪ জানুৱাৰীত হোটেলখনৰ ২০৬ নম্বৰ কোঠাটো গোৱালপাৰাৰ লক্ষীপুৰৰ বাসিন্দা ফইজুদ্দিন আৰু ফইজুদ্দিনৰ পত্নী তচলিমা খাতুনে
Read More...

লামডিং ৰে’ল ষ্টেচনত হৃদয়বিদাৰক ঘটনা, প্ৰচণ্ড শীতত মৃত্যুক সাৱটিলে ২ মগনীয়াই

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ লামডিং ৰে'লৱে ষ্টেচনত এক হৃদয় বিদাৰক ঘটনা। ষ্টেচনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ জানিব পৰা মতে, জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ ত জি আৰ পিৰ এটা দলে তহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া লোক দুজনক শুই
Read More...

মহানগৰীৰ চানমাৰিত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা৷ চানমাৰিৰ এটা ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতেদহ৷ চানমাৰিৰ জ্যোতিনগৰৰ কমলপুৰৰ ভাড়াঘৰত প্ৰেমিক জয়কুমাৰ ৰয়ৰ সৈতে যুৱতীগৰাকী আছিল দীৰ্ঘদিনৰ পৰাই৷ উৰিষ্যাৰ প্ৰেমিক জয়কুমাৰে হত্যা কৰাৰ সন্দেহ
Read More...

অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ অসম অৰুণাচল সীমান্তৰ চিজুছাৰ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ নদীৰ পানীত ওপঙি থকা অৱস্থাত এজন বৃদ্ধ লোকৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হয় । আজি পুৱা মৃতদেহটো উদ্ধাৰ হোৱা এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । পুৱা
Read More...

ৰঙিয়াত বৰলীয়া দলঙৰ তলত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ ৰঙিয়াৰ হাইৱে চ’কৰ বৰলীয়া দলঙৰ তলত উদ্ধাৰ কৰা হৈছে এটি সদ্যোজাত শিশু। ৰাষ্ট্রীয় ঘাইপথৰ বৰলীয়া নৈৰ ওপৰত থকা দলঙৰ তলত উদ্ধাৰ কৰা হৈছে শিশুটিক। কোনো পাষণ্ড লোকে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।প্রাতঃভ্রমণ
Read More...