Daily Time Axom
Browsing Tag

Recover

উদ্ধাৰ হ’ল দীপশিখা হাজৰিকাৰ মৃতদেহ

নিউজ ডেস্ক, ৮ অক্টোবৰঃ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ আছিল দীপশিখা। দীপশিখাৰ লগতে আন ৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই পৰ্যন্ত ঘটনাস্থলীৰ পৰা ২৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। পৰ্বতাৰোহণৰ
Read More...

সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২ অক্টোবৰঃ সন্ধানহীন ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ। ধুবুৰীত নাও দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল সঞ্জু দাস। ঘটনাৰ ৭২ ঘণ্টাৰ পাছত উদ্ধাৰ কৰা হয় চক্ৰ বিষয়াজনৰ মৃতদেহ। ধুবুৰীত নাও দূৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন আছিল সঞ্জু
Read More...

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ৰঙিয়াৰ মিলন হোটেলৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ। মৃত লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি সন্দেহ স্থানীয় লোকৰ । দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱাৰ আশংকা।
Read More...

মহানগৰীৰ হোটেলত উদ্ধাৰ CID বিষয়া নিৰ্মল ভূঞাৰ মৃতদেহ

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ গুৱাহাটীৰ এখন হোটেলত উদ্ধাৰ হৈছে এটা মৃতদেহ। মহানগৰীৰ ভগৱান হোটেলত উদ্ধাৰ হৈছে মৃতদেহটো।এই মৃতদেহটো CIDৰ ASI নিৰ্মল ভূঞাৰ। ASI জনৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে।ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।আৰক্ষীৰ দলটোৱে
Read More...

হাউলীৰ পৌৰসভা বজাৰত এটা মৃতদেহ উদ্ধাৰ

বৰপেটা,২৩ আগষ্টঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলী পৌৰসভা বজাৰত এটা মৃতদেহ উদ্ধাৰ।মৃতদেহ উদ্ধাৰৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মৰাপাট বজাৰৰ ওচৰৰ আৰ চি চি বিল্ডিংৰ ছাদৰ ওপৰত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ
Read More...

উত্তৰ গুৱাহাটীত ভাড়াঘৰৰ কোঠালিত যুৱতীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৬ আগষ্টঃ উত্তৰ গুৱাহাটীৰ ভেটামুখত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ভাড়াঘৰৰ কোঠালিত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। বিছনাৰ খুৰাৰে হেঁচি যুৱতীগৰাকীক হত্যাৰ সন্দেহ কৰা হৈছে। মৃত যুৱতীগৰাকী নগাঁৱৰ হাচিনা বেগম জানিব পৰা
Read More...