আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল
নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। sebaonline.org ৱেবছাইটত চাব পাৰিব পৰীক্ষাৰ ফলাফল। ২১ আগষ্ট, ২৮ আগষ্ট, ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কেইবাটাও বিভাগৰ খালী পদৰ বিপৰীতে অনুষ্ঠিত হৈছিল!-->…
Read More...
Read More...