Daily Time Axom
Browsing Tag

Rhino

শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টোৰ মৃত্যু

নিউজ ডেস্ক, ১ অক্টোবৰঃ অৱশেষত মৃত্যু ঘটিল শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টো।নেজৰ পিছফালে তেজ বিৰিঙি থকা অৱস্থাত থকা গড়টো অসুস্থ হৈ আছিল। আনহাতে গঁড়টোৰ খড়্গ অক্ষত অৱস্থাত আছিল। বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গঁড় উদ্ধাৰ

নিউজ ডেস্ক, ২৫ আগষ্টঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ। কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷ উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা নাই খৰ্গ ৷ বন বিভাগৰ মতে গঁড়টোৰ স্বাভাৱিক
Read More...

পুনৰ মানাহ ৰাষ্ট্রীয় উদ্যানত গঁড়ৰ মৃত্যু

নিউজ ডেস্ক, ১৯ আগষ্টঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃতদেহ উদ্ধাৰ। উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁ‌ড়ৰ মৃতদেহ। আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি। ঘটনাস্থলীত উপস্থিত উদ্যানখনৰ
Read More...

বাগৰিৰ গঁড় হত্যাৰ লগত জড়িত তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১ এপ্ৰিলঃ নগাঁও আৰক্ষীয়ে গঁড় চিকাৰীৰ সম্ভেদ দিওতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিকাৰীকেইটাক। শুকুৰবাৰে নিশা জামুগুৰিহাটত এটা দুধৰ্ষ গড় চিকাৰী আটক কৰিবলৈ সক্ষম হয়। আটকাধীন গঁড় চিকাৰীটোৰ
Read More...

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা, গঁড় হত্যা কৰি খৰ্গ লৈ উধাও চোৰাং চিকাৰী

নিউজ ডেস্ক, ২৭ মাৰ্চঃ পুনৰ অসমত গঁড় হত্যাৰ ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত পুনৰ গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছে। গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও হ'ল চোৰাংচিকাৰী। ৪ বছৰৰ পাছত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। ২০১৯ চনৰ পৰা বাগৰি,
Read More...

গোলাঘাটত ৫দিন ধৰি বিচৰণ কৰা গঁড়টোৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ অৱশেষত মৃত্যু হ'ল গোলাঘাটৰ গঁড়টোৰ৷ যোৱা ৫ দিন ধৰি দেৰগাঁও-গোলাঘাটত বিচৰণ কৰিছিল গঁড়টোৱে ৷ গঁড়টোৰ আক্ৰমণত ৪জনকৈ লোক আহত হৈছিল৷ ৫ দিন ধৰি বিচৰণ কৰি ফুৰা গঁড়টো খাদ্যৰ অভাৱত ভুগিছিল৷ দুৰ্বল হৈ পৰাৰ লগতে অসুস্থ হৈ
Read More...

বোকাখাতত পুৱা খেতিপথাৰলৈ গৈ থকা অৱস্থাতে গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ পুৱা পথাৰলৈ গৈ থকা অৱস্থাতে গঁড়ৰ আক্ৰমণত থিতাতে নিহত এজন লোক। বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত গঁড়ৰ আক্ৰমনত এগৰাকী লোকৰ কৰুণ মৃত্যু। মৃত লোকজনৰ নাম ৬০ বছৰীয়া তাৰচন চৌধুৰী বুলি জানিব পৰা গৈছে৷ পুৱা খেতিপথাৰলৈ
Read More...