Daily Time Axom
Browsing Tag

Robbery

ব্ৰহ্মপুত্ৰৰ মাজত চাঞ্চল্যকৰ ডকাইতি,লুটি নিলে লক্ষাধিক টকা

নিউজ ডেস্ক, ১০ অক্টোবৰঃ এইবাৰ ব্ৰহ্মপুত্ৰৰ মাজত চাঞ্চল্যকৰ ডকাইতি। বিলাসীপাৰাৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। নিশা ২০ জনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলে নাঁৱত সংঘটিত কৰে ভয়ংকৰ ডকাইতি কাণ্ড। দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে লুটি নিলে…
Read More...

বিজনীৰ ভাওৰাগুৰীত আৰক্ষীৰ জালত কুখ্যাত ডকাইতৰ দল

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ বিজনীৰ ভাওৰাগুৰীত কুখ্যাত ডকাইতৰ দল আৰক্ষীৰ জালত। আঠ জনীয়া ডকাইতৰ দলে মহিন্দ্ৰা জাইলো' আৰু টাটা মেজিক গাড়ীৰে ডকাইত কৰিবলৈ আহি গ্ৰেপ্তাৰ হয় দলটো। তৰোৱাল, খুকুৰী আৰু দেগাৰ লৈ আহিছিল ডকাইতৰ দলটোৱে।দলটোৰ পৰা নগদ ধন
Read More...

কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত ডকাইতি কাণ্ড, পিষ্টল দেখুৱাই ২ লাখ টকা লুট

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। সোমবাৰে নিশা সংঘটিত হোৱা এই ডকাইতি কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডকাইতিৰ দলটোত আছিল মুঠ ৫ জন সদস্য।
Read More...

প্রাক্তন বিধায়কৰ বাসগৃহত ডকাইতি কাণ্ড, অচেতন কৰি লুটপাট কৰিলে ধন-সোণ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোৱাৰক আলী পাঠানৰ বাসগৃহত নিশা ডকাইতি কাণ্ড। ধিঙৰ খৈৰামাৰীৰ পাঠানৰ বাসগৃহত এটি সশস্ত্ৰ ডকাইতৰ দলে প্ৰৱেশ কৰি প্ৰাক্তন বিধায়ক জনৰ লগতে পত্নী,বোৱাৰীয়েকক মাৰধৰ কৰে ৷ অত্যাধিক মাৰপিট কৰাত
Read More...

এনকাউণ্টাৰঃ এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ চিলনী চোৰ

নিউজ ডেস্ক,৬ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়ালে চিলনী চোৰক। গুলীবিদ্ধ চিলনী চোৰটোৰ নাম বিনয় দাস বুলি জানিব পৰা গৈছে। বিনয় দাস বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা। যোৱা
Read More...