ৰূপহীহাটত ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক
নিউজ ডেস্ক, ২৬ আগষ্টঃ ৰূপহীহাটত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জিউমাৰীত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায়। আৰক্ষীৰ এই অভিযানত ৬০টা ড্ৰাগছ ভৰ্তি কন্টেনাৰসহ দুই ড্ৰাগছ সৰবৰাহকাৰী আটক কৰা হয়।!-->…
Read More...
Read More...