আজি ৬২ সংখ্যক শিক্ষক দিৱস
নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ আজি ৫ ছেপ্টেম্বৰ। আজি ৬২ সংখ্যক শিক্ষক দিৱস। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে এই বিশেষ দিনটো।
শিক্ষকসকলৰ কষ্ট-ত্যাগক স্বীকৃতি দিয়াৰ সমান্তৰালকৈ প্ৰশংসাৰ বাবে ভাৰতে ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে এই দিৱস। ভাৰতৰ!-->!-->!-->…
Read More...
Read More...