বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা
নিউজ ডেস্ক, ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ এইবাৰ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলীচালনা ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰনৰ গোচৰত অভিযুক্ত!-->…
Read More...
Read More...