বলীউডৰ জনপ্ৰিয় অভিনেতা সতীশ কৌশিকৰ ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ
নিউজ ডেস্ক, ৯ মাৰ্চঃ বলীউডৰ জনপ্ৰিয় অভিনেতা সতীশ কৌশিকৰ মৃত্যু। ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতা, ছবি পৰিচালক, প্ৰযোজক, কমেডিয়ানগৰাকীৰ।
মৃত্যুৰ দুদিন পূৰ্বে সতীশে জাভেদ আখতাৰৰ ঘৰত হোলী উদযাপন কৰিছিল। লগতে ফটোও তেওঁ টুইটাৰত শ্বেয়াৰ!-->!-->!-->…
Read More...
Read More...