Daily Time Axom
Browsing Tag

SEBA

১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা,পৰীক্ষাৰ সময়সূচী প্ৰকাশ ছেবাৰ

নিউজ ডেস্ক, ৯ অক্টোবৰঃ সোমবাৰে ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অন্ত পৰিব ৪ মাৰ্চত। নতুন শিক্ষানীতিৰ আধাৰত…
Read More...

মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ খবৰ! এইবাৰ OMR Sheetত হ’ব মেট্ৰিক পৰীক্ষা

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা। OMR শ্বীট ব্যৱহাৰ কৰা হ'ব এইবাৰ মেট্ৰিক পৰীক্ষাত। মঙলবাৰে ছেবাৰ অধ্যক্ষই বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাৰি কৰা এক জাননী অনুসৰি ২০২৪ বৰ্ষৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া
Read More...

ৰাজ্যৰ সকলো বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা ছেবাৰ

নিউজ ডেস্ক, ১২ মে'-ৰাজ্যৰ সকলো বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা ছেবাৰ।৩১মে’ৰ পূৰ্বে আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ নম্বৰ।ছেবাৰ প’ৰ্টেলত আপলোড কৰিব লাগিব নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ নম্বৰ। প’ৰ্টেলত পৰীক্ষাৰ নম্বৰ আপলোড নকৰিলে
Read More...

ছেবাৰ নতুন নিৰ্দেশনা, এতিয়াৰে পৰা আৰক্ষী থানাৰ অ’চিৰ তত্বাৱধানত থাকিব মেট্ৰিকৰ প্ৰশ্নকাকত

নিউজ ডেস্ক, ২৪ মাৰ্চঃ মেট্রিকৰ পৰীক্ষাক লৈ ছেবাৰ নির্দেশনা। বিজ্ঞান আৰু অসমীয়া পৰীক্ষা সন্দর্ভত এই নির্দেশনা। প্রশ্নকাকতৰ টোপোলা গ্রহণ কৰিব থানাৰ ভাৰপ্রাপ্ত বিষয়াই। কেন্দ্র তত্বাৱধায়কে চিচিটিভিৰ সন্মুখত খুলিব লাগিব প্রশ্নকাকত। SEBAৰ
Read More...

ভাইৰেল হোৱা নাই ভূগোলৰ প্ৰশ্নকাকতঃ টুইটযোগে জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে

নিউজ ডেস্ক, ১৮ মাৰ্চঃ ফাদিল হোৱা নাই মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত। WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। এই কথা নিশ্চিত কৰিলে ছেবা কৰ্তৃপক্ষই। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা
Read More...

এইবাৰ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ

নিউজ ডেস্ক, ১৮ মাৰ্চঃ মেট্ৰিকৰ আন এক বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ খবৰ। এইবাৰ হোৱাটছএপত ভাইৰেল হৈছে ভূগোলৰ প্ৰশ্নকাকত। উল্লেখযোগ্য যে ২০ মাৰ্চত আছিল ভূগোল তথা আন ঐচ্ছিক বিষয়ৰ পৰীক্ষা।ইতিমধ্যে দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছিল মেট্ৰিকত।সেয়ে
Read More...

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে কুমুদ ৰাজখোৱাই। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডফলাকটা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক কুমুদ ৰাজখোৱা।
Read More...

বাতিল হ’ল মেট্ৰিকৰ অসমীয়া পৰীক্ষাও, টুইটযোগে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

নিউজ ডেস্ক, ১৭ মাৰ্চঃ বাতিল হ'ল মেট্ৰিকৰ অসমীয়া পৰীক্ষাও। এই কথা টুইটযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লোহিত খাবলু কেন্দ্ৰৰ ইনচাৰ্জক সোধাপোছাত অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱাৰো তথ্য। ১৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসমীয়াৰ পৰীক্ষাৰ দিন
Read More...

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খোৱা জ্যোতিৰেখা বৰগোহাঁই, হেৰম্ব তালুকদাৰক অব্যাহতি

নিউজ ডেস্ক, ১৪ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খোৱা জ্যোতিৰেখা বৰগোহাঁইক চেণ্টাৰ ইনচাৰ্জৰ পৰা অব্যাহতি । লগতে সহকাৰী ইনচাৰ্জ হেৰম্ব তালুকদাৰকো অব্যাহতি দিয়ে। চেণ্টাৰ ইনচাৰ্জ জ্যোতিৰেখা বৰগোঁহাইৰ ঠাইত মামণি বৰাক দায়িত্ব প্ৰদান কৰা
Read More...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সন্দৰ্ভত ৩ জনক গ্ৰেপ্তাৰ CIDৰ

নিউজ ডেস্ক, ১৪ মাৰ্চঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল গোচৰ সন্দৰ্ভত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰে ছেবাৰ কৰ্মচাৰীসহ ৩ জনক। ভাউৰীদেৱী ছেৰাউগী চঃ উঃমাঃ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোঁহাই, শিক্ষক হেৰম্ব
Read More...