Daily Time Axom
Browsing Tag

SEBA

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত CIDৰ তীব্ৰতৰ অভিযান, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক

নিউজ ডেস্ক, ১৪ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ অসম আৰক্ষী। ঘটনা সন্দৰ্ভত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইপৰ্যন্ত ২২জনক আটক। গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদি ঠাইত অভিযান চলাই আটক কৰিছে আটাইকেইজনক।
Read More...

অৱশেষত ছেবাৰ ঘোষণাঃ ৩০ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা

নিউজ ডেস্ক, ১৩ মাৰ্চঃ ৩০ মাৰ্চত অনুষ্ঠিত হ’ব মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। ছেবা কৰ্তৃপক্ষই ঘোষণা কৰিলে পৰীক্ষাৰ নতুন দিন। টুইটযোগে সদৰী কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ সাধাৰণ
Read More...

বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা, মাজনিশা এই ঘোষণা ছেবাৰ

নিউজ ডেস্ক, ১৩ মাৰ্চঃ বাতিল হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা। ছ'চিয়েল মিডিয়াত প্ৰশ্নকাকত আগতীয়াকৈ ভাইৰেল হোৱাৰ পাছতেই ছেবাৰ এই ঘোষণা। আজি অনুষ্ঠিত হোৱাৰ কথা আছিল বিজ্ঞানৰ পৰীক্ষা। এই সন্দৰ্ভত ছেবাই ঘোষণা কৰা অনুসৰি,
Read More...

কাছাৰৰ গণিৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষা বাতিলৰ নিৰ্দেশ…

নিউজ ডেস্ক, ৬ মাৰ্চঃ কাছাৰৰ গণিৰগ্ৰাম জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ মেট্ৰিক পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থী পুনৰ অৱতীৰ্ণ হ'ব লাগিব ইংৰাজী বিষয়ৰ পৰীক্ষাত। উল্লেখযোগ্য যে, যোৱা ৩ মাৰ্চত অনুষ্ঠিত হোৱা মেট্ৰিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষাত
Read More...

পুনৰ ভাইৰেল মেট্ৰিকৰ প্ৰশ্নকাকত, পৰীক্ষা আৰম্ভ হোৱাৰ পাছতে মোবাইলে মোবাইলে গণিতৰ পেপাৰ

নিউজ ডেস্ক, ৬ মাৰ্চঃ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিন। গণিত বিষয়ৰ পৰীক্ষা আৰম্ভ হোৱাৰ পাছতে ভাইৰেল প্ৰশ্নকাকত। বিভিন্নজনৰ ম’বাইলে ম’বাইলে বিয়পি পৰিছে কাকতখন। কাছাৰৰ লক্ষীপুৰৰ এটা পৰীক্ষাকেন্দ্ৰৰ পৰা কাকতখন ভাইৰেল হৈছে। ঘটনা
Read More...

আজিৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

নিউজ ডেস্ক, ৩ মাৰ্চঃ আজিৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ ৯১২ টা পৰীক্ষা কেন্দ্ৰত ৪,২২,১৭৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পৰীক্ষাত। ইয়াৰে ১,৯৪,০৫৪ গৰাকী ছাত্ৰ আৰু ২,২৮,১২০ গৰাকী ছাত্ৰী।আজিৰ পৰা আৰম্ভ হোৱা পৰীক্ষা ২০ মাৰ্চত অন্ত
Read More...

ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল ছেবাৰ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি বাতিল৷ ছেবাই বাতিল কৰিলে ১০৭ খন বিদ্যালয়ৰ স্বীকৃতি৷ ৩১ মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব ছেবাৰ নিৰ্দেশনা৷ নৱম শ্ৰেণীৰ পৰা নামভৰ্তি কৰিব নোৱাৰিব ১০৭ খন বিদ্যালয়ে৷ উল্লেখ্য যে, মেট্ৰিকত
Read More...

ছেবাৰ ভূলৰ বাবেই মেট্ৰিকত স্থান পোৱা নাছিল মেধাৱী ছাত্ৰী প্ৰাৰ্থনা দত্ত

নিউজ ডেস্ক, ১৬ জুলাইঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থনা দত্ত। ষষ্ঠস্থান প্ৰাপ্ত প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী । একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত
Read More...