বাংলাদেশত সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে প্ৰাণ ল’লে ৭জনকৈ লোকৰ
নিউজ ডেস্ক, ২৫ অক্টোবৰঃ বাংলাদেশত সামুদ্ৰিক ধুমুহা ছিট্ৰাঙে প্ৰাণ ল'লে ৭জনকৈ লোকৰ। একেটা পৰিয়ালৰ ৩ জনকৈ লোক নিহত। ঢাকাৰ নাগলকোটত সংঘটিত হয় এই ঘটনা। ছিট্ৰাঙৰ বাবে বাংলাদেশত প্ৰবল ধুমহা, বৃষ্টিপাত। ছিট্ৰাঙৰ বাবে খালী কৰা হৈছে কক্সবজাৰ!-->…
Read More...
Read More...