Daily Time Axom
Browsing Tag

Smuggling Gold

চাৰ্টৰ ভিতৰত লুকুৱাই আনিছিল ডেৰ কিলোগ্ৰাম সোণ! গ্ৰেপ্তাৰ হ’ল এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী

নিউজ ডেস্ক, ৯ মাৰ্চঃ চাৰ্টৰ ভিতৰত লুকুৱাই প্ৰায় ডেৰ কিলোগ্ৰাম সোণ সৰবৰাহৰ সময়তে বিমান বন্দৰত ধৰা পৰিল এয়াৰ ইণ্ডিয়াৰ এজন কেবিন ক্ৰু। শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰে কেৰালাৰ ৱায়ানাডৰ শ্বাফি নামৰ এয়াৰ ইণ্ডিয়াৰ কেবিন ক্ৰু জনক। শুল্ক প্ৰতিৰোধে
Read More...