Daily Time Axom
Browsing Tag

Sports

আজি বিশ্বকাপত ভাৰত-বাংলাদেশৰ যুঁজ

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ICC এদিনীয়া বিশ্বকাপ ২০২৩ৰ ১৭তম মেচত ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিব বাংলাদেশ। বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'ব মেচখন। মেচখন অনুষ্ঠিত হ'ব পুনেস্থিত মহাৰাষ্ট্ৰ ক্ৰিকেট এচচিয়েচন ষ্টেডিয়ামত। উল্লেখ্য যে, এদিনীয়া বিশ্বকাপত…
Read More...

আজি বিশ্বকাপ ক্ৰিকেটত চিৰবৈৰী পাকিস্তানৰ মুখামুখি হ’ব ভাৰত

নিউজ ডেস্ক, ১৪ অক্টোবৰঃ আজি এদিনীয়া বিশ্ব কাপত পাকিস্তানৰ মুখামুখি হ’ব টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপৰ ১৪ নং মেচত সমুখসমৰত দুই চিৰ প্রতিদ্বন্দ্বী। বিয়লি ২ বজাৰ পৰা বহু প্ৰত্যাশিত ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচখন…
Read More...

এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতে, এই পৰ্যন্ত ১০০টা পদক লাভ

নিউজ ডেস্ক, ৭ অক্টোবৰঃ এছিয়ান গেমছত ভাৰতৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন। বৰ্তমানলৈকে ১০০ টা পদক লাভ ভাৰতৰ।পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এই বৰ্ষত ইতিহাস ৰচিলে ভাৰতে।আজি তিনিটা সোণ, এটা ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতে।২৫ টা স্বৰ্ণ, ৩৫টা ৰূপ, ৪০টা…
Read More...

২০২৩ৰ ICC ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতীয় দল (পুৰুষ) ঘোষণা

নিউজ ডেস্ক, ৫ চেপ্তেম্বৰঃ ভাৰতত ৫ অক্টোবৰৰ পৰা এদিনীয়া বিশ্বকাপ আৰম্ভ হ’ব। ইয়াৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰিলে বিচিচিআয়ে। ৰোহিত শৰ্মা অধিনায়ক আৰু হাৰ্দিক পাণ্ডিয়া সহঃ অধিনায়ক। ১৫জনীয়া দলটোত আছে বিৰাট কোহলী, শুভমন গিল, শ্ৰেয়স আয়াৰ,
Read More...

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় নীৰজ চোপ্ৰাৰ

নিউজ ডেস্ক, ২৮ আগষ্টঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণজয় নীৰজ চোপ্ৰাৰ। এই স্বৰ্ণজয়েৰে নতুন ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৩ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা
Read More...

এছিয়ান গেমছৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ

নিউজ ডেস্ক, ১৫ জুলাইঃ অসমবাসীৰ বাবে সুখবৰ! এছিয়ান গেমছৰ বাবে ঘোষিত ভাৰতীয় চিনিয়ৰ মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ। হৰমনপ্ৰিত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্থান লাভ কৰিছে উইকেট কীপাৰ বেটছমেন উমা ছেত্ৰীয়ে। BCCIয়ে ঘোষণা কৰিলে
Read More...

ৱৰ্ল্ড চেম্পিয়নশ্বিপ বিজয়ী লাভলীনা বৰগোঁহাইলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা চৰকাৰৰ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ আজিৰ সদনত ড০ হিমন্ত বিশ্ব শৰ্মাই সফলতাৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, লাভলীনাই অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিক
Read More...

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ জয় নিতু ঘাংঘাছৰ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ জয় নিতু ঘাংঘাছৰ। ফাইনেলত মঙ্গোলিয়াৰ লুটচাইখান আল্টাণ্টছেতছেগক পৰাস্ত কৰি মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ ৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
Read More...

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ মেচ!

নিউজ ডেস্ক, ২২ মাৰ্চঃ গুৱাহাটীৰ বৰ্ষাপাৰাত বিশ্বকাপৰ মেচ হোৱাৰ সম্ভাৱনা। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে BCCIয়ে গুৱাহাটীকে ধৰি দেশৰ আগশাৰীৰ ১২ খন চহৰক বাছনি কৰা বুলি জানিব পৰা গৈছে। চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ১৯
Read More...

পুনৰ স্বৰ্ণৰে উজলিল অসম কন্যা হিমা দাস

নিউজ ডেস্ক, ২১ মাৰ্চঃ পুনৰ স্বৰ্ণৰে উজলিল অসম কন্যা হিমা দাস। তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন
Read More...