১০ জানুৱাৰীত গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ মেচ, আজি গুৱাহাটী পাবহি অধিনায়ক ৰোহিত শৰ্মা
নিউজ ডেস্ক, ৭ জানুৱাৰীঃ আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰতীয় ক্ৰিকেট দলৰ ৮ তাৰকা। ৰোহিত শৰ্মা, বিৰাট কোহলিসহ ক্ৰিকেট তাৰকাক আদৰিবলৈ সাজু ACA। ১০ জানুৱাৰীত বৰ্ষাপাৰাত হ'ব ভাৰত-শ্ৰীলংকাৰ হাইভল্টেজ এদিনীয়া খেলখন। ৮ জানুৱাৰীত গুৱাহাটী পাবহি দুয়োটা!-->…
Read More...
Read More...