Daily Time Axom
Browsing Tag

Sports

ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ ২০বছৰীয়া ক্ৰিকেট যাত্ৰাৰ সমাপ্তি৷ ভাৰতীয় মহিলা ক্ৰিকেটৰ পৰা অৱসৰ ঝুলন গোস্বামীৰ ৷ ঝুলন গোস্বামীয়ে শনিবাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ হৈ ২০৪ খন এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়
Read More...

আজি দিনৰ ১১ বজাৰ পৰা অনলাইনযোগে মুকলি হৈছে ভাৰত- দক্ষিণ আফ্ৰিকাৰ T-20 মেচৰ টিকট বিক্ৰী

নিউজ ডেস্ক, ১৬ চেপ্নেম্বৰঃ ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ T20 মেচ ৷ আজি প্ৰথম পৰ্যায়ৰ টিকট বিক্ৰী। দিনৰ ১১ বজাত অনলাইনযোগে টিকট ক্ৰয় কৰিব পাৰিব ক্ৰিকেট প্ৰেমীসকলে৷ BookMyShowৰ পৰা ক্ৰয় কৰিব পাৰিব এই টিকট ৷ প্ৰথম
Read More...

টি-২০ বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল

নিউজ ডেস্ক, ১২ চেপ্তেম্বৰঃ T20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। ৰোহিত শৰ্মাৰ নেতৃত্বত ১৫ জনীয়া দল ঘোষণা কৰে BCCIয়ে। আনহাতে উপ-অধিনায়কৰ দায়িত্বত থাকিব কে এল ৰাহুল। লগতে মিডল অৰ্ডাৰ চম্ভালিব বিৰাট কোহলী, সূৰ্য কুমাৰ যাদৱ আৰু দীপক
Read More...

ডায়মণ্ড লীগত খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে চিহ্নিত হ’ল নীৰজ চোপ্ৰা

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰঃ এইবাৰ ভাৰতৰ কহিনুৰৰ হাতত Diamond Leagueৰ ট্ৰ'ফি। Diamond Leagueৰ ফাইনেলত জয়ী হৈ প্ৰথম ভাৰতীয় হিচাপে পুনৰবাৰ নতুন ইতিহাস ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই। চুইজাৰলেণ্ডৰ জুৰিখত অনুষ্ঠিত Diamond Leagueৰ দ্বিতীয় প্ৰচেষ্টাত
Read More...

ভাৰতীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা সুৰেশ ৰাইনাৰ

নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ অন্যতম কিংবদন্তী সুৰেশ ৰাইনাই সকলো ধৰণৰ ক্ৰিকেটক বিদায় জনায়। ৰাইনা আই পি এলৰ ইতিহাসৰ শীৰ্ষ স্কোৰিং খেলুৱৈসকলৰ মাজৰ এজন। দলৰ সংখ্যা ৮ ৰ পৰা ১০ লৈ বৃদ্ধি হোৱা স্বত্বেও তেওঁ ২০২২
Read More...

আজি এছিয়া কাপ ক্ৰিকেটত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ এছিয়া কাপ ২০২২ৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ আজি দ্বিতীয়খন খেল। প্ৰথমখন খেল ২৮ আগষ্টত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল য’ত ভাৰতে অন্তিম অভাৰৰ থ্ৰিলাৰত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিছিল। আজি
Read More...

নয়নমণিলৈ DSP অথবা বন বিভাগৰ ডেপুটি কামাণ্ডেণ্ট পদ

নিউজ ডেস্ক, ৩১ আগষ্টঃ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছ, ২০২২ত স্বৰ্ণজয়েৰে অসমৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱাম্বিত কৰা নয়নমণি শইকীয়াক ডিএছপি পদত নিযুক্তি দিব অসম চৰকাৰে। মঙলবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সম্পৰ্কে সিদ্ধান্ত
Read More...

পুনৰ ইতিহাস ৰচিলে জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই

নিউজ ডেস্ক, ২৭ আগষ্টঃ এথলেটিকছত পুনৰ ইতিহাস ৰচিলে ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাই। এইবাৰ "Lausanne Diamond League"ত স্বৰ্ণ জয় কৰি প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই।
Read More...

চিকিৎসাধীন হৈ বিশ্ব চেম্পিয়নশ্বিপ বক্সাৰ মেৰীকম

নিউজ ডেস্ক, ২৪ আগষ্টঃ ৬ বাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা ভাৰতীয় বক্সাৰ মেৰী কম চিকিৎসাধীন। আঁঠুৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে মেৰী কমৰ।এই অস্ত্ৰোপচাৰ মুম্বাইৰ এখন চিকিৎসালয়ত সম্পন্ন হয়। মেৰী কমৰ প্ৰশিক্ষক ছোটেলাল যাদৱে সংবাদ
Read More...

ক’ভিডত আক্ৰান্ত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

নিউজ ডেস্ক, ২৩ আগষ্টঃ এছিয়া কাপৰ প্ৰাকক্ষণত টীম ইণ্ডিয়ালৈ বেয়া খবৰ। টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ক’ভিডত আক্ৰান্ত। ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপৰ খেল। ইতিমধ্যে খেলৰ বাবে UAEলৈ ৰাওনা টীম ইণ্ডিয়া। কিন্তু ক’ভিডত আক্ৰান্ত
Read More...