Daily Time Axom
Browsing Tag

Student

১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা,পৰীক্ষাৰ সময়সূচী প্ৰকাশ ছেবাৰ

নিউজ ডেস্ক, ৯ অক্টোবৰঃ সোমবাৰে ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন। ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অন্ত পৰিব ৪ মাৰ্চত। নতুন শিক্ষানীতিৰ আধাৰত…
Read More...

ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ১২৪জন ছাত্ৰ-ছাত্ৰীক

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ছিকিমৰ পৰা উদ্ধাৰ অসমৰ ছাত্ৰ-ছাত্ৰীসকলক।দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত অনা হৈছে ছিকিমত অধ্যয়নৰত ১২৪ জন শিক্ষাৰ্থীক। সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত…
Read More...

উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ

নিউজ ডেস্ক, ১৭ আগষ্টঃ উত্তৰ গুৱাহাটীত এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰণ। এখন ছুইফ্ট ডিজায়াৰত অহা দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰে ছাত্ৰীগৰাকীক। AS 01DB 4335 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনত অহা দুৰ্বৃত্তই উঠাই নিয়ে ইউনিফৰ্মত থকা ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীয়ে
Read More...

গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড, দশম শ্ৰেণীৰ ছাত্ৰক হত্যা পদপথৰ ব্য়ৱসায়ীৰ

নিউজ ডেস্ক, ১০ আগষ্টঃ গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।প্ৰথমে অপহৰণ তাৰপিছত হত্যা। মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নিতেশ কুমাৰক হত্যা। নিশা বোন্দাৰ পৰা গ্ৰেপ্তাৰ হত্যাকাৰী অভিষেক বৰুৱাক। ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰি বশিষ্ঠ
Read More...

মহানগৰীত পুৱাই ভয়ংকৰ দুৰ্ঘটনা, স্কুল বাছৰ খুন্দাত থিতাতে নিহত এগৰাকী ছাত্ৰী

নিউজ ডেস্ক, ৮ জুনঃ গুৱাহাটী মহানগৰীত পুৱাই ভয়ংকৰ দুৰ্ঘটনা। ৰাজধানী মছজিদৰ সমীপত সংঘটিত হৈছে এই ঘটনা।ৰয়েল গ্ল'বেল স্কুলৰ স্কুল বাছে মহতিয়াই নিলে পিতৃ-কন্যাক। থিতাতে নিহত হয় ছাত্ৰীগৰাকী। পিতৃৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ আছিল ছাত্ৰীগৰাকী।
Read More...

কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ১৮ মে'- কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা। মিঠাতেলৰ সলনি ফেনাইলেৰে খাদ্য ৰান্ধিলে ৰান্ধনিয়ে। ঘটনাৰ উচিত তদন্ত বিচাৰি কচুৱা থানাত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ। বুধবাৰে কচুৱাৰ ৰজাগাঁৱৰ দক্ষিণ জ্বৰবাগান প্ৰাথমিক
Read More...

কলিয়াবৰৰ এখন বিদ্যালয়ত অঘটন! পঞ্চায়তৰ ছাইনব’ৰ্ড ভাঙি ছাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ৪ মে'- কলিয়াবৰৰ ২নং বৰঘূলি বালিকা প্ৰাথমিক বিদ্যালয়ত অঘটন। পশ্চিম কলিয়াবৰ উন্নয়নখণ্ডৰ অধীনৰ বৰঘূলি গাঁও পঞ্চায়তৰ এম জি এনৰেগা আঁচনিৰ ছাইনব'ৰ্ড ভাঙি পৰাত মৃত্যুক সাৱটিলে দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। জিৰণি সময়ত খেলি থাকোঁতেই
Read More...

ভয়ংকৰ পথ দুৰ্ঘটনা! মেট্ৰিক পৰীক্ষা দিবলৈ আহি গুৰুতৰভাৱে আহত ৫ গৰাকীকৈ মেট্ৰিক পৰীক্ষাৰ্থী

নিউজ ডেস্ক, ৩০ মাৰ্চঃ পুৱা ধুবুৰীৰ আই,জি,ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। মেট্ৰিক পৰীক্ষা দিবলৈ আহি গুৰুতৰভাৱে আহত ৫ গৰাকীকৈ মেট্ৰিক পৰীক্ষাৰ্থী। ই-ৰিক্সা আৰু SWIFT বাহনৰ মুখামুখি সংঘৰ্ষত ই-ৰিক্সাখন ড্ৰেইনত বাগৰি পৰে৷ আহত ছাত্ৰ-ছাত্ৰীসকলক সংকটজনক
Read More...

আমেৰিকাত পুনৰ এক গুলীচালনাৰ ঘটনা, তিনিটা শিশুসহ ছয়জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৮ মাৰ্চঃ আমেৰিকাত পুনৰ এক গুলীচালনাৰ ঘটনা। সোমবাৰে নেচভিলেৰ প্ৰাথমিক বিদ্যালয়ত এগৰাকী মহিলা শ্বুটাৰে গুলীচালনা কৰে। অৱশ্যে, ঘটনাটোৰ আঁৰৰ কাৰণ আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই। খবৰ অনুসৰি, ঘটনাটোত তিনিটা শিশুসহ ছয়জন লোকৰ
Read More...

ভয়ংকৰ বাছ দুৰ্ঘটনা, শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ২১ ডিচেম্বৰতঃ মণিপুৰত শোকাৱহ বাছ দুৰ্ঘটনা। দুখনকৈ বাছ দুৰ্ঘটনাত পতিত হোৱাত ১৫গৰাকীকৈ ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ। মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত দুৰ্ঘটনাত পতিত ছাত্ৰী কঢ়িয়াই নিয়া বাছখন। থাম্বালনু উচ্চতৰ মাধ্যমিক
Read More...