মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক অমূল্য গোস্বামীক নিলম্বন
নিউজ ডেস্ক, ৬ অক্টোবৰঃ নিলম্বন কৰা হ'ল গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক। চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামীক কৰা হৈছে নিলম্বন। স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শাস্তিমূলক ব্যৱস্থা।
ডাঃ কিশোৰ বৰ্মনক নতুনকৈ দিয়া হৈছে অধীক্ষকৰ দায়িত্ব।!-->!-->!-->…
Read More...
Read More...