Daily Time Axom
Browsing Tag

Surrender

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড,বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড৷ বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক। নিশা ডিঙি চেপি হত্যা কৰে স্বামী জেল হকে। নিহত মহিলাগৰাকীৰ নাম হামেদা বেগম। জানিব পৰা মতে, স্বামীয়ে ডিঙি চেপি হত্যা কৰে…
Read More...

অৱশেষত বিতৰ্কিত ASP শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ

নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ অৱশেষত বিতৰ্কিত ASP শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ৷ আত্মসমৰ্পণৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয় ASP শুভলক্ষ্মী দত্তক৷শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ শুভলক্ষ্মী দত্ত। আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা হয়
Read More...

তেজপুৰৰ চানমাৰি ৰে’লগেটত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ২৭ জুনঃ তেজপুৰৰ চান্দমাৰী ৰে'ল গেটত চাঞ্চল্যকৰ হত্যাকাণ্ড। বনকৰা মহিলাক গৃহস্থই হত্যা কৰি পুতি থ'লে চৌহদত। ৰাজু আইচ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা। আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাজু আইচে। আনুমানিক ৩ ৰ পৰা ৪ দিন পূৰ্বে
Read More...

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে কুমুদ ৰাজখোৱাই। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডফলাকটা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক কুমুদ ৰাজখোৱা।
Read More...

কাছাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰসহ মূল সুঁতিলৈ উভতিল ৯ উগ্ৰপন্থী সদস্য

নিউজ ডেস্ক, ২২ ডিচেম্বৰঃ কাছাৰৰ লক্ষীপুৰত বিদ্ৰোহী সংগঠনৰ সদস্যৰ আত্মসমৰ্পণ। মাৰণাস্ত্ৰসহ HPC(D)ৰ ৯জনকৈ সদস্যৰ আত্মসমৰ্পণ। কাছাৰ আৰক্ষীৰ ওচৰত নিশা আত্মসমৰ্পণ কৰে সদস্যকেইজনে। আত্মসমৰ্পণকাৰী সদস্যকেইজনে জমা দিছে একাধিক মাৰণাস্ত্ৰ। জমা দিছে
Read More...