Daily Time Axom
Browsing Tag

Suspended

মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষকক নিলম্বন

নিউজ ডেস্ক, ৭ জুনঃ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষকক নিলম্বন।অৱশেষত নিলম্বিত হ'ল মৰিগাওঁ জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু বিতৰ্কিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলী।বিভিন্ন দুৰ্নীতিৰ অভিযোগত মাধ্যমিক শিক্ষা
Read More...

গোৱালপাৰাৰ বিতৰ্কিত DFO জিতেন্দ্র কুমাৰক চাকৰিৰ পৰা নিলম্বন

নিউজ ডেস্ক, ৭ জুনঃ অৱশেষত নিলম্বিত হ'ল গোৱালপাৰাৰ DFO অৰ্থাৎ জিলা বন বিষয়া জীতেন্দ্ৰ কুমাৰ। কেইবাটাও গোচৰৰ ভিত্তিত নিলম্বন বন বিষয়া গৰাকীক। ৰাজ্যপালৰ অনুমোদনমৰ্মে বন আৰু পৰিৱেশ বিভাগৰ সচিবে এক নিৰ্দেশযোগে নিলম্বন কৰে DFOগৰাকীক। উল্লেখ্য
Read More...

চিৰাঙৰ বেংতল আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নিলম্বন

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ চিৰাঙৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল হুছেইনক নিলম্বন। মহিলা নিৰ্যাতনৰ ঘটনাৰ তদন্তত হেমাহিৰ অভিযোগত নিলম্বিত হ'ল আৰক্ষী বিষয়াগৰাকী। উল্লেখ্য যে চিৰাঙৰ নাঙলভঙাত চলিছিল এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ
Read More...

উত্তপ্ত হৈ পৰিছে বিধানসভাৰ মজিয়া, দ্বিতীয় দিনাও বিধান সভাৰ মজিয়াৰ পৰা বিধায়ক অখিল গগৈক বহিষ্কাৰ

নিউজ ডেস্ক, ২১ ডিচেম্বৰঃ বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ। মেঘালয়ৰ সৈতে বিবদমান অঞ্চলক লৈ মন্তব্য দাঙি ধৰাৰ সময়তে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। সদনৰ মজিয়াত অখিল গগৈ আৰু মন্ত্ৰী অতুল বৰাৰ মাজত
Read More...

মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক অমূল্য গোস্বামীক নিলম্বন

নিউজ ডেস্ক, ৬ অক্টোবৰঃ নিলম্বন কৰা হ'ল গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক। চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামীক কৰা হৈছে নিলম্বন। স্বাস্থ্য বিভাগৰ এক নিৰ্দেশনাৰ জৰিয়তে এই শাস্তিমূলক ব্যৱস্থা। ডাঃ কিশোৰ বৰ্মনক নতুনকৈ দিয়া হৈছে অধীক্ষকৰ দায়িত্ব।
Read More...

হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন

নিউজ ডেস্ক, ২৯ চেপ্তেম্বৰঃ লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন। লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হয় এই ঘটনা। এজন স্কুটী
Read More...

ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন, জিলা প্ৰাথমিক শিক্ষা বিষয়াই নিলম্বন কৰে ভিক্টৰক

নিউজ ডেস্ক, ২০ আগষ্টঃ অৱশেষত ভিক্টৰ দাসক নিলম্বন। পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক আছিল ভিক্টৰ দাস। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন ভিক্টৰ দাসক। চৰকাৰী চাকৰি কৰাৰ উপৰিও
Read More...

স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰা ৯ জন শিক্ষকক নিলম্বন

নিউজ ডেস্ক, ২২ আগষ্টঃ স্বাধীনতা দিৱসৰ দিনা বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰাৰ বাবে জম্মু-কাশ্মীৰৰ ৯ জন শিক্ষকক নিলম্বন কৰে প্ৰশাসনে। স্বাধীনতা দিৱসৰ দিনা জম্মু-কাশ্মীৰ প্ৰশাসনে সকলো চৰকাৰী বিদ্যালয়তে ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ
Read More...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রক ড° ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

নিউজ ডেস্ক, ১৯ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু অনুশাসন কৰ্তৃপক্ষই ২০২২ চনত স্নাতক পৰীক্ষাৰ ফলাফল ঘোষণাত বিসংগতি আৰু বিলম্বৰ বাবে পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰে। বৃহস্পতিবাৰে পঞ্জীয়ক আৰু অনুশাসন
Read More...

ডিমা হাচাউত চিকিৎসকসহ ৯জন কৰ্মচাৰীক নিলম্বন

নিউজ ডেস্ক, ১১ জুলাইঃ গৰ্ভৱতী মহিলাৰ চিকিৎসাত গাফিলতিৰ অভিযোগত খেপ্ৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকসহ ৯ জনকৈ কৰ্মচাৰীক নিলম্বন কৰা হৈছে। স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসকৰ বিৰুদ্ধে অনুপস্থিতিৰ দীৰ্ঘদিনীয়া অভিযোগ আছিল ৰাইজৰ। শেহতীয়াকৈ
Read More...