অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম সন্তান উমা ছেত্ৰীয়ে
নিউজ ডেস্ক, ৩ জুলাইঃ অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে বোকাখাতৰ উমা ছেত্ৰীয়ে। ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসম সন্তান উমা ছেত্ৰী। BCCIয়ে ঘোষণা কৰিছে ক্ৰিকেটাৰগৰাকীৰ নাম। T20 আৰু এদিনীয়া!-->…
Read More...
Read More...