তামুলপুৰত চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা
নিউজ ডেস্ক, ১৭ আগষ্টঃ তামুলপুৰৰ তিনিপুখুৰীত ভয়ংকৰ ঘটনা। চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা। চোৰৰ সন্দেহত যুৱকজনক তামোল গছত বান্ধি মৰিয়াই হত্যা। মৃত যুৱকজন তিনিপুখুৰীৰ বিনোদ ব্ৰহ্ম। তিনিপুখুৰীৰ বলাই দাস নামৰ এজনৰ ঘৰত এই ঘটনা সংঘটিত!-->…
Read More...
Read More...