টাৱাঙত ভাৰত-চীনৰ সেনা জোৱানৰ মাজত হতাহতি, গুৱাহাটীৰ 151 সেনা হাস্পতালত ভৰ্তি আহত ভাৰতীয় সেনাক
নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ পুনৰ সংঘৰ্ষ ভাৰত আৰু চীনৰ সেনাৰ মাজত। শুকুৰবাৰে নিশা দুয়োখন দেশৰ সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘৰ্ষত লিপ্ত হয়। দুয়ো পক্ষৰ কেইবাজনো আহত হোৱাৰ খবৰ পোৱা হৈছে।
জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত দুই দেশৰ!-->!-->!-->…
Read More...
Read More...