Daily Time Axom
Browsing Tag

Terrorist

কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ, সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ…

নিউজ ডেস্ক, ৫ আগষ্টঃ দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ। সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ ৩জন জোৱান। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ এটা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতেই
Read More...

জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৩১ মে'- জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী। পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণৰেখাত আটক সন্ত্ৰাসবাদীকেইটাক। ভাৰতীয় সেনাই আটক কৰে সন্ত্ৰাসবাদীকেইটাক। প্ৰথমে দুয়ো পক্ষৰ মাজত হয় গুলীয়াগুলী। সন্ত্ৰাসবাদীৰ গুলীত আহত এজন ভাৰতীয় সেনা।
Read More...

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এজন সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৬ মে'- জম্মু-কাশ্মীৰৰ ৰাজৌৰীত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী। শনিবাৰে পুৱা ৰাজৌৰী জিলাত নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ উপস্থিতি জানিব পাৰি গুলীচালনা কৰে৷ উল্লেখ্য যে, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ
Read More...

আজি ১৪ ফেব্ৰুৱাৰী, সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত ৪০গৰাকী CRPFৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ আজি পুলৱামা আক্ৰমণৰ ৪টা বছৰ সম্পূৰ্ণ। সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত ৪০গৰাকী CRPFৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি। ২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হৈছিল ৪০জন বীৰ জোৱানৰ। আজি সমগ্ৰ ভাৰতে
Read More...

পুনৰ জম্মু কাশ্মীৰত হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক, ২ জানুৱাৰীঃ পুনৰ জম্মু কাশ্মীৰত হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ। ৪জন লোকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে ৭জনকৈ লোক৷ ৰাজৌৰীৰ আপাৰ দাংৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে৷ তিনিটাকৈ বাসগৃহত
Read More...

জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী,সংঘৰ্ষত নিহত ৩টাকৈ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ২৮ ডিচেম্বৰঃ জম্মু-কাশ্মীৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। জম্মুৰ পাঞ্জতীৰ্থী-সিধৰা পথত আজি পুৱা প্ৰায় ৭.৩০ বজাত এই ঘটনা সংঘটিত হয়।ভয়ংকৰ সংঘৰ্ষৰ ফলত ৩টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে। এখন ট্ৰাকৰ গতিবিধিত সন্দেহ হোৱাত সেনাই
Read More...

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ২০ ডিচেম্বৰঃ ভাৰত-পাক সীমান্তত সন্ত্ৰাসবাদীৰ ভেটিত পুনৰ অঘটন। জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী। ছোপিয়ানৰ মুঞ্জ মাৰ্গ অঞ্চলত এই ঘটনা সংঘটিত হৈছে। নিহত সন্ত্ৰাসবাদীকেইটা লস্কৰ-ই-তৈবাৰৰ সদস্য।
Read More...