Daily Time Axom
Browsing Tag

Tezpur

সুখবৰ! চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এগৰাকী অসমীয়াই

নিউজ ডেস্ক, ১৩ জুলাইঃ অসমবাসীৰ বাবে আন এক সুখবৰ। চন্দ্ৰযান-৩ উৎক্ষেপণ নিয়ন্ত্ৰণৰ দায়িত্বত অসম সন্তান। গুৰু-দায়িত্ব লাভ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্তই। তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ, যোগাযোগ অভিযান্ত্ৰিকৰ প্ৰাক্তন
Read More...

গীনিজ ৰেকৰ্ডত অংশ লোৱা বিহুৱা-বিহুৱতীক আজি প্ৰদান কৰিব মানপত্ৰ আৰু অনুদান

নিউজ ডেস্ক, ৩০ জুনঃ বিশ্ব অভিলেখ গঢ়া বিহুৱা-বিহুৱতীলৈ চৰকাৰৰ অনুদান। জিলাই জিলাই বিহুৱা–বিহুৱতীক ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰী-মন্ত্ৰীসকলে। আজি তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে বিতৰণ কৰিব অনুদান। প্ৰদান কৰিব মানপত্ৰ
Read More...

তেজপুৰৰ চানমাৰি ৰে’লগেটত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ২৭ জুনঃ তেজপুৰৰ চান্দমাৰী ৰে'ল গেটত চাঞ্চল্যকৰ হত্যাকাণ্ড। বনকৰা মহিলাক গৃহস্থই হত্যা কৰি পুতি থ'লে চৌহদত। ৰাজু আইচ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা। আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাজু আইচে। আনুমানিক ৩ ৰ পৰা ৪ দিন পূৰ্বে
Read More...

তেজপুৰৰ বাম বেছেৰীয়াত নৃশংস হত্যাকাণ্ড, বনকৰা লোকে মৰিয়াই হত্যা কৰিলে ঘৰৰ গৰাকীক

নিউজ ডেস্ক, ৫ মে'- তেজপুৰৰ বাম বেছেৰীয়াত নৃশংস হত্যাকাণ্ড। বনকৰা লোকে মৰিয়াই হত্যা কৰিলে ঘৰৰ গৰাকী উপেন নাথক। বনকৰা হিচাপে থকা ধীৰেন তাঁতীয়ে ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিলে লোকজনক। ৪ বছৰ ধৰি উপেন নাথৰ ঘৰত আছিল ধীৰেণ তাঁতী। ঘটনাৰ পিছতে
Read More...

পাইলটৰ আসনত ৰাষ্ট্ৰপতি, সূখয় যুদ্ধ বিমান উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ পাইলটৰ আসনত ৰাষ্ট্ৰপতি। সূখয় যুদ্ধ বিমান উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। আজি তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ সূখয় যুদ্ধ বিমানৰ পাইলটৰ আসনত বহিল ৰাষ্ট্ৰপতিগৰাকী। যুদ্ধবিমানত উৰা দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি
Read More...

তেজপুৰ কঁঠালগুৰী চাহ বাগিছাত অঘটন, কৰ্মৰত অৱস্থাত দুই শ্রমিকৰ মৃত্যু

নিউজ ডেস্ক, ৩১ মাৰ্চঃ তেজপুৰৰ কঁঠালগুৰি চাহ বাগিছাত অঘটন৷ টিন ভাগি তলত পৰি থিতাতে নিহত ২ শ্ৰমিক৷ কলটোৰ টিনপাট মেৰামতি কৰিবলৈ গৈছিল ২ শ্ৰমিক৷ হঠাৎ টিন ভাগি তলত পৰে শ্ৰমিক দুজন৷ কৰ্মৰত অৱস্থাত থকা দুই শ্রমিকৰ মৃত্যুৰ ঘটনাই জোকাৰিছে সমগ্ৰ
Read More...

প্ৰেমিকাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তেজপুৰস্থিত ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল অমৰেন্দ্ৰ সিং ৱালিয়া

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ প্ৰেমিকাক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ তেজপুৰস্থিত ভাৰতীয় সেনাৰ বিষয়া কৰ্ণেল অমৰেন্দ্ৰ সিং ৱালিয়া। চাংসাৰীত বস্তাত বান্ধি পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ।জনসম্পৰ্কৰক্ষী বিষয়া আছিল অমৰেন্দৰ সিং
Read More...

আজিৰে পৰা অসমত ৬ টা পথত আৰম্ভ হ’ব পৱন হংস হেলিকপ্টাৰ সেৱা

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰীঃ আজিৰ পৰা অসমত পৱন হংস হেলিকপ্টাৰ সেৱা। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ'ব এই সেৱা। উল্লেখ্য যে, আৰ চি এছ উড়ান আঁচনিৰ অধীনত পৱনহংসই
Read More...

তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত ২জন

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ তেজপুৰৰ বৰঘাট দেৱেন্দ্ৰ নগৰত দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত থিতাতে নিহত দুয়োখন ডাম্পাৰৰে চালক। দুৰ্ঘটনাৰ ফলত আন দুজন লোক গুৰুতৰভাৱে আহত। জীয়াভৰলীৰ পৰা বালি মাটি কঢ়িয়াই আনিছিল ডাম্পাৰ দুখনে। আনহাতে,
Read More...