Daily Time Axom
Browsing Tag

Thief

বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্রত চোৰৰ উপদ্রৱ, চোৰে লুটিলে লক্ষাধিক টকাৰ মুল্যবান সামগ্রী

নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগৰ মইনবড়ী সত্ৰত চুৰিকাণ্ডৰ ঘটনা৷ চুৰে চুৰি কৰি নিয়ে এযোৰ ৫০০ বছৰীয়া মঞ্জিৰা তাল, প্ৰায় ৫০০ বছৰীয়া এখন শৰাই, ১০ কেজি আৰু আঢ়ৈ কেজি ওজনৰ ২ টা ঘন্তা, কাহৰ ভিংগাৰ ২ টা, তামৰ ঘটি ২ টা, ৫০০ বছৰীয়া ২টা
Read More...

কটকটীয়া নিৰাপত্তা বেষ্টনী ভাঙি অসম বিধানসভা চৌহদৰ পৰাই চুৰি বলেৰ’ বাহন

নিউজ ডেস্ক, ২২ ডিচেম্বৰঃ এইবাৰ বিধানসভাৰ চৌহদৰ পৰা চুৰি হ’ল গাড়ী। AS 01EB 6695 নম্বৰৰ এখন বলেৰ' বাহন লৈ যায় চোৰে। আৰক্ষী–নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে অসম বিধানসভা চৌহদৰ পৰা বলেৰ' বাহন চুৰি হোৱা ঘটনাই আৰক্ষীৰ নিৰাপত্তাক
Read More...

ৰঙিয়া আৰক্ষীৰ জালত পাঁচটাকৈ গভাইত চোৰ

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ৰঙিয়া আৰক্ষীৰ জালত পাঁচটাকৈ গভাইত চোৰ। ৰঙিয়া থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ৰঙিয়াৰ নিকটৱৰ্টী ধুহিত অভিযান চলাই আৰক্ষীয়ে আটক কৰে এই পাঁচ গভাইত চোৰক। চোৰ কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন AS14K0752 নম্বৰৰ
Read More...