গোলাঘাটৰ উদয়ন বাগিচাত বাঘৰ আতংক, বাঘৰ আক্ৰমণত আহত এজন লোক
নিউজ ডেস্ক, ২৫ মাৰ্চঃ গোলাঘাটৰ উদয়ন বাগিচাত নাহৰফুটুকীৰ আক্ৰমণ। বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত এজন লোক। আঘাতপ্ৰাপ্ত লোকজন উদয়ন বাগানৰ ৰূপেশ্বৰ তাঁতী৷ পুৱা বাগানত কাম কৰি থাকোতে হঠাৎ বাঘে আক্ৰমণ কৰে লোকজনক৷
আঘাতপ্ৰাপ্ত লোকজনক লগে লগেই গোলাঘাটৰ!-->!-->!-->…
Read More...
Read More...