দীপাৱলিৰ আনন্দ উল্লাসৰ মাজতে টিহুৰ মাখিবাহাত ভয়ংকৰ অগ্নিকাণ্ড
নিউজ ডেস্ক, ২৫ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলিৰ আনন্দ উল্লাসৰ মাজতে টিহুৰ মাখিবাহাত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় এটা ঘৰ। মাখিবাহা চ'কৰ দিলীপ ৰাজবংশীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । দেৱালীৰ আটচবাজীৰ পৰা সংক্ৰমণ হয়!-->…
Read More...
Read More...