টিংখাঙত নিশা শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন
নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ বিশ্বকৰ্মাৰ আনন্দৰ মাজতেই টিংখাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন আৰু আহত হয় কেইবাজনো লোক। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
ৰাজপথত এখন ইক' বাহন কেইবাবাৰো বাগৰি যোৱাৰ ফলত দুজন থিতাতে নিহত হয়!-->!-->!-->…
Read More...
Read More...