Daily Time Axom
Browsing Tag

Tinsukia

কৰুণ ঘটনা! তিনিচুকীয়াত অগ্নিদগ্ধ হৈ মাতৃ আৰু কণমানি পুত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ তিনিচুকীয়াৰ পানীতোলাত শোকাৱহ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত মাতৃসহ ডেৰ বছৰীয়া পুত্ৰৰ কৰুণ মৃত্যু। জুইত ভস্মীভূত হ'ল মাতৃ-শিশু। শুই থকা অৱস্থাতে সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত মাতৃ পুনম গোৱালা আৰু কণমানি ৰমেশ গোৱালাৰ
Read More...

পুনৰ তিনিচুকীয়াত গুলীয়াগুলী, সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলীত আহত এজন সাধাৰণ লোক

নিউজ ডেস্ক, ২১ ডিচেম্বৰঃ পুনৰ তিনিচুকীয়াত সেনা-উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলীত আহত এজন সাধাৰণ লোক। ডিগবৈ-পেঙেৰী পথৰ ঢেকীয়াজানত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পাছতেই সেনাই অঞ্চলজুৰি তীব্ৰতৰ কৰিছে অভিযান। পথটোৰে বন্ধ কৰি
Read More...

আজি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধৰ আহ্বান

নিউজ ডেস্ক, ১৫ নৱেম্বৰঃ জনজাতিকৰণৰ দাবীত ছয় জনগোষ্ঠীৰ যৌথ মঞ্চৰ অসম বন্ধৰ আহ্বান। ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান যৌথ মঞ্চৰ। পুৱাৰে পৰা বিভিন্ন স্থানত বন্ধৰ প্ৰভাৱ দেখা গৈছে। ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উজনি অসমৰ
Read More...

তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত সেনাৰে-উগ্রপন্থীৰ গুলীয়াগুলী

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । সেনা আৰু সন্দেহযুক্ত আলফাৰ মাজত এই গুলীয়াগুলী । আজি পুৱা প্ৰায় ৯ মান বজাত ডিগবৈ-পেঙেৰী সংযোগী ফাচীদলঙত এই ঘটনা সংঘটিত হৈছে। গাৰোৱাল ৰেজিমেণ্টৰ দলৰ সৈতে
Read More...

তিনিচুকীয়াৰ লেখাপানীত নিশা গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক, ২১ অক্টোবৰঃ তিনিচুকীয়া জিলাৰ লেখাপানীত বৃহস্পতিবাৰে নিশা গুলীচালনাৰ ঘটনা সংঘটিত হয়। টিপং কলিয়ৰীৰ চাৰ্লিত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাৰ ঘটনাত ক্ষতিগ্ৰস্ত হয় দোকান,বাইক। এজন যুৱককো আক্ৰমণ দুৰ্বৃত্তৰ দলটোৰ ।গুলীচালনা কৰিয়ে
Read More...

তিনিচুকীয়াৰ চিটপানীত ডিঙি ৰেপি হত্যা এজন ছাত্রক

নিউজ ডেস্ক, ৪ অক্টোবৰঃ দুৰ্গোৎসৱৰ মাজতে তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড। ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন ছাত্ৰক হত্যা দুৰ্বৃত্তৰ।মৃত ছাত্ৰজন কৈলাসপুৰ দীঘলীপথাৰৰ ৰক্তিম নিমলীয়া।ডিঙি ৰেপি হত্যা ৰক্তিম নিমলীয়াক। অসম-অৰুণাচলৰ
Read More...

তিনিচুকীয়াত সন্দেহজনক পত্নীসহ ISI সদস্যক আটক

নিউজ ডেস্ক, ২৩ চেপ্তেম্বৰঃ তিনিচুকীয়াত সন্দেহজনক ISI আটক। পত্নীসহ আটক কৰে সন্দেহজনক ISI সদস্য। তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা আটক কৰা হয় মহম্মদ হায়াট খাতিব আৰু পত্নী ছামিনা য়াকুবক। ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীয়ে কৰে আটক
Read More...

তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি ছাত্ৰৰ মৃত্যু

নিউজ ডেস্ক, ২৯ আগষ্টঃ অত্যাধিক ড্ৰাগছ সেৱনে কাল হ'ল এজন ছাত্ৰৰ। তিনিচুকীয়াৰ পেঙেৰীত ড্ৰাগছ সেৱন কৰি মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ । সতীৰ্থৰ সৈতে ড্ৰাগছৰ বেজী লৈ অসুস্থ হৈ পৰিছিল ছাত্ৰজন। সতীৰ্থই এৰি থৈ যোৱাৰ পাছত ভৰ্তি কৰোৱা হৈছিল AMCHত।
Read More...