অৱশেষত ট্ৰেংকোলাইজ কৰা হ’ল চটাইত আতংক চলোৱা নৰখাদক বাঘটোক
নিউজ ডেস্ক, ২৭ অক্টোবৰঃ টীয়কৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ চৌহদত সোমবাৰৰ পৰা নাহৰফুটুকী বাঘে আতংক চলাই আহিছে।বাঘটোৱে নিদ্ৰা হৰণ কৰিছে সকলোৰে।বন বিভাগৰ লোকে দিনে ৰাতিয়ে অহৰহ চেষ্টা চলাইছে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ অথবা ট্ৰনকোলাইজ!-->…
Read More...
Read More...