১ বছৰ জম্মুত থাকিলে ভোট দিয়াৰ অধিকাৰ পাব
জম্মু-কাশ্মীৰ ভূমিপুত্ৰ নহ’লেও পাব ভোটাধিকাৰ। যোৱা আগষ্ট মাহত নিৰ্বাচন আয়োগে এক ঐতিহাসিক ঘোষণা কৰিছিল। এইবাৰ জম্মুৰ উপ আয়ুক্তই নিৰ্দেশ দিছে যে যিসকলে জম্মুত এবছৰতকৈ অধিক সময় বসবাস কৰি আছে তেওঁলোকক ভোটাৰ হিচাপে গণ্য কৰা হ’ব। সকলো!-->!-->!-->…
Read More...
Read More...